• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষক নেতা অখিলে পাবনে জামিন? উচ্চ ন্যায়ালয়ত আজি প্ৰথমটো শুনানি

ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে যুক্তি আগবঢ়াব উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 28, 2020 10:11 am

1 min read

WhatsApp Image 2020-09-28 at 9.56.32 AM

ফাইল ফটো।

510
VIEWS
Share on FacebookShare on Twitter

NIA-ৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন বাতিল কৰাৰ পাছত আজি অৰ্থাৎ সোমবাৰৰ পৰা গুৱাহআটী উচ্চ ন্যায়ালয়ত জামিনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

ইতিমধ্যে শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ  প্ৰস্তুত হোৱা বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে অখিলৰ অধিবক্তা কৃষ্ণ গগৈয়ে।

অখিল গগৈৰ হৈ নৰসিংহই NIA-ৰ বিৰুদ্ধে আদালতত নিজৰ যুক্তি আগবঢ়াব।

ইপিনে, কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত অসমলৈ নাহি দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নৰসিংহই।

উচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ কল্যান ৰাই চূড়ানা আৰু মনোজিত ভূঞাৰ দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।

উল্লেখযোগ্য যে, NIA ৰ ১৩/১৯ নম্বৰ গোচৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ।

যোৱা ৯ মাহে কাৰাৰুদ্ধ অখিল গগৈ বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে, অখিল গগৈৰ আইনী যুঁজৰ বাবে প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ যুক্তিয়ে অখিলক মুকলি আকাশৰ তললৈ আনিব পাৰিবনে সেয়া সময়ত লক্ষণীয় হ’ব।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd