• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জিত দাসৰ বিপৰীত স্থিতিত হিমন্ত! : বাঘবৰ-জনীয়া-জলেশ্বৰলৈ ২১ ত কিয় ভোট বিচাৰি নাযায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2020 8:53 pm
Himanta-Biswa-Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংখ্যালঘু ভোট নোলোৱাকৈয়ে চৰকাৰ গঠন কৰিব নেকি বিজেপিয়ে?

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঘবৰ-জনীয়া দক্ষিণ শালমৰা আৰু জলেশ্বৰলৈ ভোট বিচাৰি নাযায় প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Apply Now

লোকসভা নিৰ্বাচনৰ পূৰ্বেও বাঘবৰ, জনীয়া ইত্যাদি সংখ্যালঘু অধ্যুষিত সমষ্টিৰ প্ৰসংগৰে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি অহা মন্ত্ৰী হিমন্তৰ মুখতে এইবাৰ সেই অঞ্চললৈ ভোট বিচাৰি নোযোৱাৰ প্ৰসংগ উত্থাপন হৈছে।

প্ৰশ্ন হৈছে, কিয় সংখ্যালঘু অধ্যুষিত সমষ্টিলৈ ভোট বিচাৰি নাযায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? সংখ্যালঘু লোকে বিজেপিক বেয়া পায় নেকি? নে সংখ্যালঘু ভোট নোলোৱাকৈয়ে বিজেপিয়ে গঠন কৰিব চৰকাৰ?

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মত ‘‘মই বাঘবৰ, জনিয়া, জলেশ্বৰলৈ ভোট বিচাৰি নাযাওঁ, গ’লেও তেওঁলোকে বিজেপিক ভোট নিদিয়ে। সেই সমষ্টিৰ ছাত্ৰ-ছাত্ৰীয়ো বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিছে। ৰাজনীতি মানুহৰ আশীৰ্বাদ লাভৰ বাবে কৰিব লাগে অভিশাপৰ বাবে নহয়।’’

‘বাঘবৰ, জনিয়া, দক্ষিণ শালমাৰা আদিৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে বিজেপিক ভোট দিব নেকি? জলেশ্বৰত ১৬ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা পাব তেওঁলোকে আমাক ভোট দিব নেকি?  বুলিও প্ৰশ্ন কৰে হিমন্তই।

ইপিনে, জনীয়া সমষ্টিত ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা কৰি দিয়াৰ পাছতো তেওঁলোকে বিজেপিক ভোট নিদিলে বুলি দাবী কৰে হিমন্তই।

আনহাতে, হিমন্তৰ এই মন্তব্যৰ বিপৰীতে ২১ত সংখ্যালঘুৰ সহায়েৰে বিজয় সাব্যস্ত কৰাৰ ইতিমধ্যে লক্ষ্য লৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

ইতিমধ্যে, বহু সংখ্যালঘু অধ্যুষিত এলেকাত গৈ বিজেপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। বহু সংখ্যালঘু নেতাক বিজেপিত গেৰুৱা সাজৰে আদৰি আনিছে বিজেপিৰ মজিয়ালৈ। তাৰ ভিতৰত বহু কংগ্ৰেছ, অগপ আৰু এআইয়ুডিএফৰ নেতৃত্বও থকা পৰিলক্ষিত হৈছে।

ৰঞ্জিত দাসৰ দাবী ’২০ খন সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব আৰু কমেও ৭ খন আসনত সংখ্যালঘু প্ৰাৰ্থী জয়ী কৰাই আনিব বিজেপিয়ে।‘

তেনেক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ এনেবোৰ মন্তব্যই নিশ্চয়কৈ কেৰুণ আনিব ৰঞ্জিত দাসৰ ২১ ক লৈ দেখা সপোনত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd