• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মৃত্যুৰ খবৰ মিছা, জীয়াই আছে হিথ ষ্ট্ৰিক! নিজৰ মৃত্যুৰ ভুৱা খবৰত হতাশ ষ্ট্ৰিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2023 1:25 pm
Heath Streak
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিম্বাৱৱেৰ ক্ৰিকেট কিংবদন্তি হিথ ষ্ট্ৰিক জীয়াই আছে। সমগ্ৰ ক্ৰিকেট বিশ্বই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ ঘটা বুলি শোকাকুল হৈ পৰিছিল যদিও এই খবৰ সম্পূৰ্ণ ভুৱা বুলি জানিবলৈ দিছে হিথ ষ্ট্ৰিকে নিজেই। এই ভুৱা খবৰত হতাশ অনুভৱ কৰা বুলিও ষ্ট্ৰিকে লগতে মন্তব্য কৰিছে।

ষ্ট্ৰিকৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ একালৰ সতীৰ্থ হেনৰী অ’লংগাই আন এক টুইট যোগে তেওঁ পূৰ্বে প্ৰকাশ কৰা খবৰ নাকচ কৰে আৰু কিংবদন্তি তাৰকাগৰাকী জীয়াই আছে বুলি সদৰী কৰে।

Apply Now

অ’লংগাই নতুনকৈ পোষ্ট কৰা টুইটটোত কয় যে, ষ্ট্ৰিকৰ মৃত্যুৰ খবৰ অতিৰঞ্জিত কৰি প্ৰচাৰ কৰা উৰাবাতৰি আৰু তেওঁ এতিয়া ষ্ট্ৰিকৰ সৈতে কথা পাতিছে। ক্ৰিকেটীয় ভাষাৰে অ’লংগাই লগতে ষ্ট্ৰিকক তৃতীয় আম্পায়াৰে উভতাই আনিছে বুলি ব্যঙ্গ কৰে।

উল্লেখ্য যে, আজি পুৱা অ’লংগাৰ টুইটটোৰ পিছতে ষ্ট্ৰিকৰ মৃত্যু ঘটা বুলি প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে জিম্বাৱৱেৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ কেইবাজনো ক্ৰিকেট তাৰকাই ষ্ট্ৰিকৰ মৃত্যুত দুখ প্ৰকাশ কৰিছিল।

মৃত্যুৰ খবৰ মিছা হ’লেও অৱশ্যে প্ৰাক্তন তাৰকাগৰাকী কেঞ্চাৰৰ সৈতে যুঁজি থকাৰ খবৰ সত্য। বিগত মে’ মাহত ষ্ট্ৰিকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে পৰিয়ালে তেওঁক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰাইছিল বুলি জানিবলৈ দিছিল। তাৰকাগৰাকীয়ে এই যুঁজত জয়ী হ’ব বুলি পৰিয়ালে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, আফ্ৰিকান দেশখনক ক্ৰিকেট বিশ্বৰ মানচিত্ৰত এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰোৱাত ষ্ট্ৰিকৰ ভূমিকা আছিল অনবদ্য। জিম্বাৱৱেক প্ৰতিনিধিত্ব কৰি ষ্ট্ৰিকে আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৬৫খন টেষ্ট, ১৮৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল।

এই সময়ছোৱাত তেওঁ দেশৰ হৈ ৪৯৩৩ ৰান সংগ্ৰহ কৰাৰ লগতে ৪৫৫টা উইকেট দখল কৰিছিল। টেষ্টত ১০০০ ৰান আৰু ১০০ উইকেটৰ ডাবল আৰু এদিনীয়াত ২০০০ ৰান আৰু ২০০ উইকেট দখল কৰা ষ্টিকেই হৈছে জিম্বাৱৱেৰ একমাত্ৰ ক্ৰিকেটাৰ।

দুৰ্নীতি বিৰোধী ভংগৰ বাবে আইচিচিয়ে আঠ বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰাত ষ্ট্ৰিকৰ কেৰিয়াৰ ম্লান হৈ পৰিছিল। অৱসৰৰ পিছত অৱশ্যে ষ্ট্ৰিক পুনৰ ক্ৰিকেটৰ সৈতে জড়িত হৈ পৰে।

জিম্বাৱৱে, স্কটলেণ্ড, বাংলাদেশৰ লগতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেন্সাইজি গুজৰাট লায়ন্স আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল প্ৰাক্তন তাৰকাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd