• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত প্ৰচণ্ড শিলাবৃষ্টি : শস্যৰ পথাৰত ব্যাপক অনিষ্ট সাধন; উৰুৱাই নিলে ঘৰ-দুৱাৰ

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , November 18, 2020 4:56 pm

1 min read

Screenshot_2020-11-18-15-22-39_1
277
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ বৃহত্তৰ  টীয়ক অঞ্চলত কালি সন্ধ্যা প্ৰচণ্ড ধুমুহা-বৰষুণৰ লগতে অহা শিলাবৃষ্টিয়ে শস্যৰ পথাৰত ব্যাপক অনিষ্ট সাধন কৰিছে।

শিলাবৃষ্টিৰ ফলত বহু কৃষকৰ সোণোৱালী সপোন চাৰখাৰ হোৱাৰ উপক্ৰম হৈছে।

বৰষুণৰ বাবে শস্যৰ পথাৰত জমা হোৱা একাঁঠু পানীত পকা ধান পৰি যোৱাত উক্ত ধান সমূহ নষ্ট হোৱাৰ উপক্ৰম হোৱাত কৃষকৰ মাজত হাহাকাৰ লাগিছে।

বহুবাৰ বানপানীয়ে ভাঙি পেলোৱা কৃষকৰ সপোন পুনৰ পকা ধানচ পোৱাৰ সময়তে অহা শিলাবৃষ্টি, ধুমুহাই তচনচ কৰিলে ধাননি পথাৰ।

ধুমুহাই লগতে বৃহত্তৰ টীয়ক অঞ্চলৰ বিভিন্ন স্থানত ঘৰ, দুৱাৰ, গছ গছনি ভাঙি এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ধুমুহাৰ পাছৰে পৰাই বিদ্যুৎ যোগান ব্যাহত হৈ আছে সমগ্র অঞ্চলটোতে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd