DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বজ্ৰপাত, ধুমুহা-বৰষুণে বিৰাজ কৰিব ৰাজ্যত : বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 11:36 am
293
VIEWS
Share on FacebookShare on Twitter

অহা চাৰিদিনলৈ বঙ্গোপসাগৰৰ পৰা উত্তৰ-পূৰ্ব ভাৰতলৈকে সমগ্ৰ অঞ্চলত বজ্ৰপাত, ধুমুহা আৰু প্ৰচুৰ বৃষ্টিপাত হ’ব। এই সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

বতৰ বিভাগে  ১৭ মে’ৰ পৰা ২১ মে’লৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত হালধীয়া সতৰ্কতা জাৰি কৰাৰ বিপৰীতে, ২০ মে’ৰ পৰা ২১ মে’লৈ অৰুণাচল প্ৰদেশত হালধীয়া সতৰ্কতা জাৰি কৰিছে।

লগতে পঢ়কঃ কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক। কিন্তু কিয়?

বতৰৰ এই প্ৰতিকূল অৱস্থাৰ বাবে হ’ব পৰা  সম্ভাৱ্য প্ৰভাৱ সমূহ হ’ল –

১/ তীব্ৰ বৰষুণৰ বাবে যান-জঁটৰ সৃষ্টি হব পাৰে।

২)  ধুমুহাৰ পথৰ কাষৰ গছ উভালি পথসমূহ বন্ধ হ’ব পাৰে। 

৩) গছ উভালিলে শক্তি খণ্ডৰ ক্ষতি হব পাৰে। ফলত বিদ্যুতৰ সমস্যাই দেখা দিব পাৰে।

৪/  গছ উভালি পেলোৱাৰ ফলত বাঁহৰ ঘৰ আৰু জুপুৰিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

৫) তীব্ৰ বৰষুণৰ বাবে বানপানীৰ সম্ভাৱনা আছে।

৬) গৰাখহনীয়া বা মথাউৰি ছিগাৰো সম্ভাৱনা আছে।

৭) প্ৰচণ্ড বৰষুণে শস্য আৰু শাক-পাচলিৰ ক্ষতি কৰিব পাৰে।

৮/ মুকলি ঠাইত বজ্ৰপাতে মানুহ আৰু গৰু-ম’হ আঘাত কৰিব পাৰে।

সেয়ে বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰি ৰাইজক সাৱধান হ’বলৈ আহ্বান জনাইছে।

লগতে পঢ়কঃ ডিজেলত ৩০ আৰ পেট্ৰলত ১২ ​​টকাকৈ মূল্য হ্ৰাস – ৰাইজক সকাহ দিবলৈ চৰকাৰৰ ডাঙৰ ঘোষণা

Recent News

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd