DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বতৰ বিজ্ঞান বিভাগৰ আগজাননী: অসমকে ধৰি উত্তৰ পূবৰ চাৰি ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2022 7:51 pm
Northeast weather
204
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি উত্তৰ-পূবৰ চাৰিখন ৰাজ্যত অহা সপ্তাহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এক বিবৃতি যোগে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই আগজাননী দিছে।

প্ৰতিবেদন অনুসৰি উত্তৰ-পূবৰ চাৰি ৰাজ্য অসম, মেঘালয়, অৰুণাচল আৰু ছিকিমত ১ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

weather.com ৰ ভৱিষ্যতবাণী অনুসৰি, উত্তৰ-পূব ভাৰত আৰু ইয়াৰ কাষৰীয়া উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমত অহা পাঁচ দিনত, বৃহস্পতিবাৰৰ পৰা অহা সোমবাৰলৈ তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিবেদনত কোৱা হৈছে যে শনিবাৰৰ লৈকে উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমত ১১৫.৫ মিলিমিটাৰৰ পৰা ২০৪ মিলিমিটাৰ আৰু শনিবাৰৰ পৰা সোমবাৰলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

সেয়েহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰৰ পৰা সোমবাৰৰ ভিতৰত উপ-হিমালয় অঞ্চল পশ্চিম বংগ আৰু ছিকিমক অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

আনহাতে অৰুণাচল, অসম আৰু মেঘালয়ত শনিবাৰৰ পৰা সোমবাৰৰ ভিতৰত একেই সতৰ্কতা আৰোপ কৰিছে বতৰ বিজ্ঞান বিভাগে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd