• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

প্ৰবল তুষাৰপাত আৰু বৰফে ঢাকি ধৰিছে উত্তৰ আমেৰিকা

তুষাৰপাতৰ ফলত বিমান পৰিবহণত বাধাৰ সৃষ্টি হৈছে। স্থানীয় সময় অনুসৰি বুধবাৰে পুৱালৈকে আমেৰিকাত প্ৰায় ২৯০০ খন বিমান বাতিল কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 7:38 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীত নামিছে। শীত নামিছে সমগ্ৰ বিশ্বতে। শীতৰ লগতে নামিছে বৰফ। প্ৰবল তুষাৰপাত আৰু বৰফে ঢাকি ধৰিছে উত্তৰ আমেৰিকাৰ বক্ষ। বৰফৰ লগতে হৈছে ঘূৰ্ণী বতাহ।

উত্তৰ আমেৰিকা আৰু কানাডাত প্ৰবল শীত আৰু ঘূৰ্ণী বতাহত বিধ্বস্ত হৈ পৰিছে জনজীৱন। আমেৰিকাৰ নেশ্যনেল ৱেদাৰ চাৰ্ভিচে প্ৰদান কৰা তথ্য অনুসৰি দেশৰ মিনেছ’টা ৰাজ্যৰ তাপমাত্ৰা মাইনাছ ৩৮ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত নামিছে। আনহাতে পশ্চিম কানাডাত তাপমাত্ৰা জমাতকৈ ৫৩ ডিগ্ৰী তললৈ নামি আহিছে।

Apply Now

আমেৰিকাৰ অধিকাংশ অঞ্চল তুষাৰপাতৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এই পৰ্যন্ত দেশত ৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে কেৱল নিউয়ৰ্কৰ ইৰি কাউন্টিত ২৭ জন লোকৰ মৃত্যু হৈছে। অহাইঅ’ ৰাজ্যত মৃত্যু হৈছে ৯ জন লোকৰ।

আনহাতে, কেন্টাকি ৰাজ্য আৰু কেনছাছ চহৰত তিনিজনকৈ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

তুষাৰপাতৰ ফলত বিমান পৰিবহণত বাধাৰ সৃষ্টি হৈছে। স্থানীয় সময় অনুসৰি বুধবাৰে পুৱালৈকে আমেৰিকাত প্ৰায় ২৯০০ খন বিমান বাতিল কৰা হৈছে।

নিউয়ৰ্কৰ বাফেলোৰ ৰাজপথত নিয়ৰৰ মাজত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ গাড়ী। এই তুষাৰপাতক ১৯৭৭ চনত বাফেলোত হোৱা তুষাৰপাতৰ সৈতে তুলনা কৰা হৈছে। নিউয়ৰ্কৰ গৱৰ্ণৰ কেথী হোকুলে কয় যে এই ধুমুহা বাফেলোৰ ইতিহাসত আটাইতকৈ বিধ্বংসী ধুমুহা।

হোকুলে স্থানীয়ভাৱে যান-বাহন বন্ধৰ নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে। ৰাস্তাত বৰফ পৰিষ্কাৰ কৰাৰ কাম অব্যাহত ৰখাৰ লগতে পথত পৰিত্যক্ত হৈ পৰি থকা বহু গাড়ী আঁতৰাই নিয়াৰ ব্যৱস্থা কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইফালে PowerOutage.US ৰ তথ্য অনুসৰি সোমবাৰে বিয়লিলৈকে আমেৰিকাৰ প্ৰায় ৭৫ হাজাৰ গ্ৰাহক বিদ্যুৎ বিহীন হৈ পৰিছে বৰফৰ ধুমুহাৰ বাবে। তুষাৰপাত আৰম্ভ হোৱাৰ পিছত এটা সময়ত এই সংখ্যাই ১০ লাখ অতিক্ৰম কৰিছে।

তুষাৰপাতৰ ফলত ক্ষতিগ্ৰস্ত নিউয়ৰ্কলৈ জৰুৰী কেন্দ্ৰীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। এটা টুইটত তেওঁ লিখিছে, ‘এই ছুটীৰ সপ্তাহৰ শেষত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা।’

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd