• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তুষাৰপাতৰ ফলত ৬৮৫টা পথ বন্ধ; দীঘলীয়া যান-জঁটত আবদ্ধ হিমাচলৰ কেইবাখনো পাহাৰীয়া চহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 9:57 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমাচল প্ৰদেশৰ পাহাৰীয়া চহৰবোৰ প্ৰচণ্ড বৰফৰ ফলত বিধ্বস্ত হৈ পৰিছে। তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে পথ। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাস্তাত গাড়ী ৰখাই থোৱা হৈছে। হোটেলবোৰ পৰ্যটকেৰে ভৰি আছে। এই ছবিখন হিমাচল প্ৰদেশৰ জনপ্ৰিয় পৰ্যটনস্থলী মানালীৰ।

সূত্ৰৰ পৰা জানিব পৰা মতে, কোঠীৰ পৰা মনালীলৈ যোৱা ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথত যান-জঁটৰ সৃষ্টি হৈছে। চৰকাৰৰ তথ্য অনুসৰি হিমাচল প্ৰদেশৰ মুঠ ৬৮৫ টা পথ বৰফ পৰাৰ বাবে বন্ধ হৈ পৰিছে।

Apply Now

২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ — দীঘলীয়া ছুটীৰ বাবে বহু লোকে ফুৰিবলৈ মানালীলৈ গৈছিল। তেতিয়াই তুষাৰপাত আৰু বৰষুণ আৰম্ভ হ’ল। উষ্ণতাও হঠাতে কমি গ’ল। প্ৰতিকূল বতৰৰ বাবে হোটেলৰ পৰা ওলাই যাব পৰা নাই পৰ্যটকসকল। ফলত মানালীৰ হোটেলবোৰ প্ৰায় ১০০ শতাংশ ভৰ্তি হৈ পৰিছে। বহু পৰ্যটকে মানালীত স্থান নোপোৱাৰ বাবে কুল্লুৰ দিশে আগবাঢ়িছে।

কিন্তু, পথৰ অৱস্থা বেয়া। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, তুষাৰপাতৰ বাবে মানালিৰ মুঠ ৬৮৫ টা পথ বন্ধ হৈ আছে। ইয়াৰে ২৯২ টা লাহাউল-স্পিতিত, ১৩২ টা চাম্বাত, ১২৬ টা মাণ্ডিত, ৭৯ টা কুল্লুত, ২৯ টা ছিৰমৌৰত, ৪ টা কিন্নৌৰত, ২ টা উনাত আৰু এটা সোলানত।

সূত্ৰ অনুসৰি শুকুৰবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা যান-জঁট শনিবাৰে নিশালৈকে মুকলি নহ’ল। গাড়ীত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ পৰ্যটক। শনিবাৰে নিজেই এই সতৰ্কবাণী জাৰি কৰিছে হিমাচল প্ৰদেশ চৰকাৰে। ২৮ তাৰিখ বুধবাৰলৈকে সমগ্ৰ ৰাজ্যতে এনে বতৰৰ পৰিস্থিতি অব্যাহত থাকিব বুলি জনোৱা হৈছে।

প্ৰায় চাৰি মাহৰ পাছত হিমাচল প্ৰদেশত বৰফ পৰিছে। কিন্নৌৰ জিলা আৰু শিমলাৰ কেইবাখনো ঠাইত বগা বৰফৰ চাদৰেৰে আৱৰি ধৰিছে। ভূমধ্য সাগৰত গঠিত পশ্চিমীয়া ঘূৰ্ণীবতাহ দেওবাৰলৈকে সক্ৰিয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। মাণ্ডি, সোলান, কাংৰা, বিলাসপুৰকে ধৰি কেইবাটাও স্থানত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd