• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্টে বলবলা-কৃষ্ণাইবাসীক মনত পেলাই দিছে ২০০৪ আৰু ২০১৪ চনৰ কথা

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , May 27, 2020 8:13 am

1 min read

বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্টে বলবলা-কৃষ্ণাইবাসীক মনত পেলাই দিছে ২০০৪ আৰু ২০১৪ চনৰ কথা

প্ৰতিনিধিত্বমূলক চিত্ৰ

8.1k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ বলবলা অঞ্চলত বানপানীৰ তাণ্ডৱ চলি থকাৰ সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে ৰেড এলাৰ্ট ঘোষণা কৰাৰ লগে লগে জিলাখনৰ সাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে অহা ৪৮ ঘণ্টা অসম আৰু মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে গোৱালপাৰা জিলাত আৰম্ভ হৈছে বৃষ্টিপাত।

ইফালে জিলাখনৰ গাতে লাগি থকা মেঘালয় ৰাজ্যতো ধাৰাসাৰ বৰষুণ পৰি আছে।

উল্লেখযোগ্য যে, বিগত ২০০৪ চনৰ অক্টোবৰ মাহত প্ৰবল বা মাৰলী আৰু মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে মহাপ্লাৱনৰ সৃষ্টি কৰি বলবলা আৰু কৃষ্ণাইক মৃত্যুৰ উপত্যকালৈ পৰিণত কৰিছিল। শিয়াল-কুকুৰে খাইছিল মানুহৰ মৃত শৰীৰ।

ইয়াৰ পিছত পুনৰ ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত কৃষ্ণাই-বলবলা অঞ্চল দুটাত আহিছিল মহাপ্ৰলয়। মেঘালয়ৰ গাৰো পাহাৰত ডাৱৰ বিস্ফোৰণৰ জলস্ৰোতে নিমিষতে উছন কৰিছিল কৃষ্ণাই-বলবলা অঞ্চল। সৃষ্টি হৈছিল এক অকল্পনীয় ধ্বংসলীলা।

আজিও অঞ্চল দুটাৰ ৰাইজে পাহৰিব পৰা নাই সেই বিভীষিকাময় দৃশ্যবোৰ। এইবেলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণাই অঞ্চল দুটাৰ ৰাইজক আতংকিত কৰা পৰিলক্ষিত হৈছে।

এইবাৰো সেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি তাৰে ভয়ত কম্পমান হৈছে। অৱশ্যে অঞ্চল দুটাৰ ৰাইজে আগতীয়াকৈ কিছু সজাগ আৰু সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd