• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৰাইঘাট দলঙত চলিছে মেৰামতি; যান-জঁটত ঘন্টা ঘন্টা ধৰি আৱদ্ধ যাত্ৰীৰ হাৰাশাস্তি, নিৰ্বিকাৰ প্ৰশাসন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 2:35 pm
Saraighat bridge traffic jam

ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰৰ পৰা আৰম্ভ হোৱা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কামৰ ফলত নতুন দলঙৰ ওপৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। পুৰণি দলঙৰ মেৰামতিৰ কাম চলি থকা বাবে নতুন দলঙেৰে দুয়ো দিশৰ পৰা যান-বাহনবোৰ আহিবলগীয়া হৈছে।

দেওবাৰে নতুন দলঙৰ ওপৰত তীব্ৰ যান-জঁট সৃষ্টি হোৱাৰ ফলত দলংখন পাৰ হ’বলৈ বাহনসমূহ প্ৰায় দুঘন্টা পৰ্যন্ত ৰ’বলগীয়া লৈছে।

Apply Now

আনহাতে দলঙৰ ওপৰত যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। মাত্ৰ দুজনমান আৰক্ষীৰ লোকে অসহায়ভাৱে ৰৈ থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে।

দূৰ-দূৰণিৰ পৰা বিভিন্ন জৰুৰী কামত গুৱাহাটীলৈ অহা লোকসকলৰ লগতে গুৱাহাটীৰ পৰা বাহিৰলৈ যাবলৈ অহা লোকসকলো ভীষণ হাৰশাস্তিৰ সন্মুখীন হৈছে।

পুৰণি দলঙৰ মেৰামতিৰ কাম চলিলে নতুন দলঙৰ ওপৰত যে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় সেয়া পূৰ্বতে অনুমান কৰিব পাৰি। কিয়নো যোৱা বছৰ মাৰ্চৰ শেষৰ পৰা জুনলৈকে প্ৰায় তিনিমাহ ধৰি পুৰণি শৰাইঘাটৰ দলংখনৰ মেৰামতিৰ কাম চলা সময়ত জনসাধাৰণে ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলগীয়াও হৈছিল।

এইবাৰো ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম অহা ৩০ নৱেম্বৰলৈ চলিব বুলি জানিব পৰা গৈছে।

মেৰামতিৰ কাম অৰ্পন কৰা উত্তৰ পূব সীমান্ত ৰেইলৱেই এই কাম খৰতকীয়াভাৱে সম্পন্ন কৰিব লাগে বুলি ভুক্তভোগী জনসাধাৰণে দাবী কৰিছে।

১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ কাম যোৱা বছৰ দীঘলীয়াকৈ কৰাৰ এবছৰৰ পাছতে পুনৰ কৰিবলগীয়া হৈছে।

প্ৰকৃততে, দলংখনৰ মেৰামতিৰ কাম কৰাৰ সময়ত নতুন দলঙৰ ওপৰত যান-বাহনসমূহ সুচাৰুৰূপে চলাচলৰ বাবে প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত আছিল। কিন্তু মেৰামতিৰ কাম এদিন চলাৰ পাছতে দলঙৰ ওপৰত হোৱা তীব্ৰ যান-জঁটে অহাকেইদিনত দলঙৰ ওপৰেৰে অহাযোৱা কৰিবলগীয়া ৰাইজে যে ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব তাৰ আশংকা ঘণীভূত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd