• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ পৰা মহ-মাখি নোহোৱা কৰা কেইটামান ঘৰুৱা দিহা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 1, 2024 5:19 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰমৰ দিনবোৰত মহ আৰু মাখিৰ প্ৰাদুৰ্ভাৱৰ বাবে সকলোৱে সমস্যাত পৰে। এফালে মহৰ কামোৰ আৰু আনফালে মাখিৰ উপদ্ৰৱ। এই মহ মাখিয়েই কঢ়িয়াই আনে নানান বেমাৰ।

ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি মাৰাত্মক ৰোগে মহৰ কামোৰৰ ফলত মানুহৰ শৰীৰত বাহ সাজিব পাৰে। 

Apply Now

মহ, মাখি বা আন পোক পৰুৱাৰ দৰে কীট-পতংগ ৰাসায়নিক স্প্ৰে’ৰ দ্বাৰা সাময়িকভাৱে প্ৰতিৰোধ কৰিব পাৰি। কিন্তু দৈনিক ৰাসায়নিক স্প্ৰে ব্যৱহাৰে আপোনাৰ দেহলৈ আন কিছুমান জটিল ৰোগ কঢ়িয়াই আনিব পাৰে। 

বিশেষজ্ঞসকলৰ মতে, কিছুমান উদ্ভিদ আছে, যিবোৰ ঘৰতে ৰাখিলে কিছু পৰিমাণে মহৰ আক্ৰমণ ৰোধ কৰিব পৰা যায়। 

ঘৰত ৰখা কোনবোৰ গছ-গছনিয়ে মহ-মাখিৰ আক্ৰমণ হ্ৰাস কৰিব পাৰে চাওঁ আহক?

নিম : নিমৰ ঔষধি গুণৰ বিষয়ে সকলোৱে জানে। নিমৰ তেল ছালৰ বাবে উপকাৰী। ইয়াৰ উপৰিও এই তেলে মহ মাখি আদি আঁতৰোৱাৰ ক্ষেত্ৰতো সহায় কৰে। মহে কামোৰাৰ পৰা হাত সাৰিবলৈ নিম তেল আৰু নাৰিকল তেল সমান পৰিমাণে মিহলাই হাত-ভৰিৰ ছালত লগাব পাৰে। এনে কৰিলে মহ মাখি আপোনােৰ কাষ চাপি নাহে।

তুলসী : তুলসী গছ ঔষধি গুণেৰে ভৰপূৰ। তুলসীৰ পাতে কেৱল ৰোগ সৃষ্টিকাৰী বীজাণু আঁতৰাই ৰখাত সহায় কৰাই নহয় মহকো আঁতৰাই ৰখাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে, তুলসী গছ ঘৰতে ৰাখিলে মহ, মাখি বা আন পোক-পৰুৱাৰ আক্ৰমণ হ্ৰাস পায়।

চিত্ৰনেলা : বহু লোকে ঘৰ মচিবলৈ ব্যৱহাৰ কৰা পানীৰ লগত চিত্ৰনেলা মিহলাই লয়। এনে কৰিলে ঘৰৰ পৰা বিজাণুৰ লগতে পোক-পৰুৱা আৰু মহ-মাখি দূৰ হয়।

পদিনা- গ্ৰীষ্মকালত পদিনা গছৰ গোন্ধে মহ, মাখি আদি পোক-পৰুৱাৰ আঁতৰাই ৰাখিব পাৰে। সৰু গিলাচ এটাত পানী অলপ লৈ তাত ৫ৰ পৰা ৬ জোপা পদিনা দি ডাইনিং টেবুলত থৈ দিব লাগে। ৩ দিনৰ মূৰে মূৰে গিলাচটোৰ পানী সলনি কৰিব লাগে। কেৱল মহেই নহয়, পদিনাৰ গোন্ধে বহু প্ৰকাৰৰ পোক-পৰুৱাক ঘৰৰ পৰা আঁতৰাই ৰাখে।

লেমনগ্ৰাছ – এই গছজোপা ঘৰৰ ভিতৰত ৰাখিলে সুকীয়াকৈ ‘ৰুম স্প্ৰে’ৰ প্ৰয়োজন নহয়। কেৱল সেয়াই নহয়, লেমনগ্ৰাছে পোহনীয়া জন্তুৰ লগত থকা মহ, মাখি, পৰজীৱী পোক-পৰুৱাৰ বৃদ্ধি হ্ৰাস কৰিব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd