• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৌনঃপুনিক বিৰক্তিৰ পৰা মুক্তি পাবলৈ আশ্ৰয় লওক ‘তান্ত্ৰিক যৌনতা’ৰ, লাভ কৰক অনন্য অভিজ্ঞতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2023 6:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈনন্দিন কৰ্মব্যস্ততা, সন্তানৰ স্কুল, পঢ়াশুনা আদিৰ লগতে বিভিন্ন মানসিক আৰু শাৰীৰিক অৱসাদগ্ৰস্ততা, এয়াই হৈছে আধুনিক জীৱনযাত্ৰা।

এনে অৱসাদগ্ৰস্ততাৰ মাজতো যৌনতাই নিমিষতে মন আৰু শৰীৰৰ সকলো চাপ উৰুৱাই নিব পাৰে। এই বিৰক্তি পৰা মুক্তি পাবলৈ আপুনি যৌনতাৰ ‘T20’ও খেলিব পাৰে। কিন্তু কেনেকৈ?

পৰম্পৰাগত যৌনতাতকৈ অধিক আৰু অনন্য সন্তুষ্টিৰ বাবে আপুনি ‘তান্ত্ৰিক যৌন সম্পৰ্ক’ৰ বাবে চেষ্টা কৰিব পাৰে। তুলনামূলকভাৱে লেহেমীয়া আৰু দীৰ্ঘ সময়ৰ এই বিশেষ ধৰণৰ ঘনিষ্ঠতাই আপোনাৰ সংগীৰ সৈতে আপোনাৰ আৱেগিক সংযোগ বৃদ্ধি কৰাৰ লগতে আপুনি একাধিক অৰ্গাজম উপভোগ কৰিবলৈ সক্ষম হ’ব পাৰে।

Apply Now

কি এই তান্ত্ৰিক যৌনতা?

তান্ত্ৰিক যৌনতাই ‘আত্মা’ৰ সংযোগ কৰে। বিশিষ্ট যৌনবিজ্ঞানী মেলিছা কুকে কয় যে এই ধৰণৰ যৌনতাই গভীৰ ঘনিষ্ঠতা, যৌন ক্ষুধা আৰু মাইণ্ডফুলনেছৰ কথা কয়। ‘মাই হাজবেণ্ড ৱন’ট হেভ চেক্স উইথ মি’ নামৰ গ্ৰন্থখনৰ লেখক যৌন বিশেষজ্ঞ ডন মিচেলে এই যৌন সম্পৰ্কৰ বিষয়ে কয় যে, লাহে লাহে স্পৰ্শৰ জৰিয়তে দুটা শৰীৰক একেলগে উত্তেজিত কৰিব পাৰি। কিন্তু এই ধৰণৰ যৌন সম্পৰ্কৰ আটাইতকৈ ডাঙৰ দিশটো হ’ল ই আন প্ৰকাৰৰ যৌনতাৰ দৰে কেৱল ‘অৰ্গাজম নিৰ্ভৰশীল’ নহয়।

এই ধৰণৰ যৌন সম্পৰ্কত পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ধৰি লওক ডিম লাইট জ্বলি থকা ৰূমৰ বিচনাত কেইবাখনো আঠুৱা ইফালে সিফালে সিঁচৰতি হৈ আছে আৰু তাত আপোনালোকে শাৰীৰিক সুখ বিচাৰিছে। ইয়াৰ বাদে পৰিৱেশ পৰিস্থিতি অনুযায়ী বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে এইটো মনত ৰখা উচিত যে যৌনতা দৈনন্দিন জীৱনৰ পৰা সম্পূৰ্ণ পৃথক বিষয়। ইয়াক উপভোগ আৰু উদযাপন কৰিবলৈ এনে পৰিৱেশ সৃষ্টি কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।

যোগৰ দৰেই ইয়াৰ আৰম্ভণি উশাহৰ পৰাই আৰম্ভ কৰক। প্ৰথমে দীঘলকৈ উশাহ এটা লওক, এনেদৰে যে আপোনাৰ পেটটো ভৰি পৰিব পাৰে। এতিয়া উশাহ এৰি দিয়ক। পেট খালী কৰক। এইদৰে কেইবাবাৰো কৰক।

আপোনাৰ সংগীৰ সৈতে চকুৰে সংস্পৰ্শ কৰক। চকুৰ ভাষাই কিমান সোনকালে একৰ পৰা দহলৈ ঘনিষ্ঠতাৰে যাব পাৰে সেই চেষ্টা কৰক। আপোনাৰ সংগীক ভালদৰে চাওক আৰু তেওঁৰ শৰীৰৰ পৰিৱৰ্তে তেওঁৰ মনটো কেনৈ সংস্পৰ্শ কৰিব পাৰি তাৰ চেষ্টা কৰক।

ইজনে সিজনৰ শৰীৰত মালিচ কৰিবলৈ আৰম্ভ কৰক। ধৰি লওক আপোনাৰ সংগীয়ে ভৰিৰ আঙুলি দুই মিনিটমানৰ বাবে মালিচ কৰিছে। এতিয়া আপুনি আপোনাৰ সংগীয়ে নিৰ্বাচিত অংশটো লাহে লাহে দুই মিনিটৰ বাবে মালিচ কৰক। তাৰ পিছত আকৌ আপোনাৰ সংগীক আপোনাৰ অংশটো মালিচ কৰিবলৈ কওক। এইদৰে আপুনি আপোনাৰ সংগীক আৰু তেওঁ আপোনাক মালিচ কৰক। লগতে মনটোক অনুভৱ কৰিবলৈ চেষ্টা কৰক। এইদৰে ক্ৰমান্বয়ে আপোনাৰ সংগীৰ সৈতে অন্তৰংগ হৈ পৰিব।

যেতিয়া আপুনি সাজু হ’ব তেতিয়া যৌন সম্পৰ্ক আৰম্ভ কৰক। কিন্তু লাহে লাহে। খৰখেদা নকৰিব, মনটোক কেন্দ্ৰীভূত কৰক। প্ৰতিটো মুহূৰ্ত উপভোগ কৰক। অৰ্গাজম পলম কৰিবলৈ চেষ্টা কৰক। শেষ বিন্দুত উপনীত হোৱাৰ আগতে বাৰে বাৰে কেইখোজমান নিজকে নিয়ন্ত্ৰণ কৰক। মনত ৰাখিব, অৰ্গাজমৰ চূড়ান্ত মুহূৰ্তটো আপোনাৰ লক্ষ্য নহয়। বৰঞ্চ আপোনাৰ সংগীৰ সৈতে আধ্যাত্মিক সংযোগ গঢ়ি তোলাটোৱেই হৈছে প্ৰকৃত কাম, যিয়ে আপোনাৰ সম্পৰ্কক এক বেলেগ মাত্ৰা প্ৰদান কৰিব।

অৱশ্যে এই কথা মনত ৰখা উচিত যে তান্ত্ৰিক যৌন সম্পৰ্ক একেবাৰেই ‘এৰাতিৰ যাদু’ নহয়। প্ৰথমতে এনে লাগিব পাৰে যে আপুনি একেবাৰেই ভাল নাপায়। কিন্তু যিমানেই পুনৰাবৃত্তি কৰিব সিমানেই এই যৌনতাৰ প্ৰতি আসক্ত হৈ পৰিব। আৰু লাহে লাহে সংগীৰ শৰীৰৰ একাত্ম হৈ পৰিব। আৰু দুয়ো এক শৰীৰ হৈ পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd