• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ সকলো জিলাতে হাই এলাৰ্ট জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2024 10:49 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6.2k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ চুবুৰীয়া দেশখনত সৃষ্টি হোৱা অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বাংলাদেশৰ সীমান্তৱৰ্তী সকলো জিলাতে “হাই এলাৰ্ট” জাৰি কৰিছে।

অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী, আৰু দক্ষিণ শালমাৰা-মানকাচৰকে ধৰি বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ সীমান্ত থকা জিলাসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃ হাছিনাই দেশ এৰি গ’লেও বন্ধ হোৱা নাই হিংসা; অস্থিৰ বাংলাদেশত এদিনতে মৃত্যু ১৩৫জনৰ!

‘আমি সীমান্তৱৰ্তী সকলো জিলাক হাই এলাৰ্টত থাকিবলৈ সতৰ্ক কৰি দিছো। আমি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সীমান্তৰ পৰিস্থিতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ কৈছো।’-এজন বিষয়াই পিটিআইক এইদৰে কয়।

বাংলাদেশত হিংসাত্মক অশান্তিৰ পিছতে এই উচ্চ সতৰ্কতা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ আৰু প্ৰস্থানৰ পিছতে অস্থিৰতা শিখৰত উপনীত হৈছে।

লগতে পঢ়কঃ হাছিনা বাংলাদেশ এৰি যোৱাৰ লগে লগে মুকলি কৰি দিয়া হ’ল খালেদা জিয়াক

এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই সীমান্ত সুৰক্ষা বাহিনীয়েও সমগ্ৰ ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত “হাই এলাৰ্ট” জাৰি কৰিছে। 

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd