• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়: আদালতত কৰ্ণাটক চৰকাৰে স্পষ্ট কৰিলে স্থিতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 18, 2022 9:22 pm
225
VIEWS
Share on FacebookShare on Twitter

হিজাবকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ মাজতে কৰ্ণাটক চৰকাৰে আজি এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰে।

শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ স্থিতিতে অটল থকা কৰ্ণাটত চৰকাৰে আজি কৰ্ণাটক উচ্চন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়।

সেয়ে শিক্ষানুষ্ঠানত হিজাব পিন্ধা নিষিদ্ধ কৰিলেও এয়া কোনো ধৰ্মীয় অধিকাৰ বিৰোধী কথা নহয়।

আজি কৰ্ণাটক চৰকাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয় আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰিলেও এনে কাৰ্যই ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদ উলংঘা কৰাটো নুবুজায়।

ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদে ধৰ্মীয় স্বাধীনতাৰ কথা কৈছে আৰু উক্ত অনুচ্ছেদৰ দোহাই দিয়েই একাংশ লোকে হিজাব নিষিদ্ধ কৰাৰ বিৰোধিতা কৰি আহিছে।

আজি কৰ্ণাটক চৰকাৰৰ হৈ আদালতত যুক্তি দিয়ে এডভোকেট জেনেৰেল প্ৰভুলিং নাভাদগীয়ে।

এড়ভোকেট জেনেৰেলগৰাকীয়ে ন্যায়াধীশ ৰিতু ৰাজ অৱস্থী, ন্যায়াধীশ জে এম খাজী আৰু ন্যায়াধীশ কৃষ্ণা এম দীক্ষিতক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠক জনায় যে একাংশ লোকে সাংবিধানিক অধিকাৰৰ দোহাই দি বিষয়টোক ভিন্ন ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে।

উল্লেখ্য কৰ্ণাটকৰ একাংশ ছাত্ৰীয়ে যোৱা ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আদালতত আবেদন জনাইছিল।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত দৈনিক ভিত্তিত শুনানি গ্ৰহণ কৰি আছে আৰু চূড়ান্ত ৰায়দান নোহোৱা পৰ্যন্ত কোনো ছাত্ৰীকে শিক্ষানুষ্ঠানত হিজাব পৰিধান নকৰিবলৈ নিৰ্দেশ দিছে।

আজি কৰ্ণাটক চৰকাৰে এই বুলিও দাবী কৰে যে চৰকাৰী নিৰ্দেশে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক) উলংঘন কৰা নাই।
ইপিনে একাংশ ছাত্ৰীয়ে সপ্তাহৰ শুকুৰবাৰৰ দিনটো আৰু পবিত্ৰ ৰমজান মাহত ছাত্ৰীসকলক হিজাব পৰিধানৰ অনুমতি দিব লাগে বুলি আদালতত আবেদন জনাইছিল।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd