• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিজাব পিন্ধা মহিলাই এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’বঃ আছাদুদ্দিন ওৱাইচি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 14, 2022 7:28 pm
153
VIEWS
Share on FacebookShare on Twitter

হিজাব বিতৰ্ককলৈ দেশত অব্যাহত আছে উত্তেজনা। উচ্চতম ন্যায়ালয়ে এতিয়াও শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰিব নে নাই সেই বিষয়ে দৃঢ় সিদ্ধান্তলৈ অহা নাই। এনে বিতৰ্কৰ মাজতে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচিয়ে কয় যে মুছলমানসকলে মহিলাসকলক হিজাব পিন্ধিবলৈ বাধ্য নকৰে।

ওৱাইচিয়ে এইটোও বিশ্বাস কৰে যে মূৰটো হিজাবেৰে ঢাকি ৰখাৰ অৰ্থ মগজুক দমন কৰা নহয়। দেশৰ প্ৰগতিত মুছলমান ছোৱালীৰ অৱদান কম নহয় বুলি সোঁৱৰাই দি তেওঁ কয় যে তেওঁ এদিন প্ৰধানমন্ত্ৰীৰ আসনত এগৰাকী হিজাব পৰিহিত মহিলাক তেওঁ চাব বিচাৰে। এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে আকৌ এবাৰ হিজাব বিষয়টোক লৈ এক নতুন বিতৰ্ক সৃষ্টি কৰি কয় – আমাৰ ছোৱালীবোৰক হিজাব পিন্ধিবলৈ দিয়ক, আপোনালোকৰ ছোৱালীয়ে বিকিনি পিন্ধিলেও পিন্ধক।

এই বছৰৰ আৰম্ভণিতে, কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধা নিষিদ্ধ কৰিছিল। বিতৰ্কৰ বিষয়টো উচ্চতম ন্যায়ালয়লৈ গৈছিল। কিন্তু ৰায়টোক লৈ উচ্চতম ন্যায়ালয়ৰ দুয়োজন ন্যায়াধীশৰ মাজত মতভেদ হোৱা দেখা গৈছে। ন্যায়াধীশ সুধাংশু ধুলিয়াই হিজাব পিন্ধাৰ ব্যক্তিগত অধিকাৰক স্বীকৃতি দিব বিচাৰিছিল। ওৱাইচিয়ে প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে হিজাব পিন্ধাটো প্ৰকৃততে মুছলমান ছোৱালীৰ ব্যক্তিগত পছন্দ, যাৰ বাবে তেওঁলোকক কোনো ধৰণে জোৰ কৰা নহয়। তেওঁ কয় যে এজন হিন্দু, শিখ বা খ্ৰীষ্টান শিক্ষাৰ্থীক তেওঁলোকৰ ধৰ্মীয় প্ৰতীক লৈ এখন শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়, কিন্তু এজন মুছলমান শিক্ষাৰ্থীক তেনে কৰিবলৈ দিয়া নহয়। ওৱাইচিয়ে প্ৰশ্ন উত্থাপন কৰে “তেন্তে ছোৱালীবোৰে কি পিন্ধিব? বিকিনি? হয়, আপোনাৰ সেয়া পিন্ধাৰ অধিকাৰ আছে। কিন্তু আমি আমাৰ ছোৱালীবোৰক তেওঁলোকৰ হিজাব খুলিবলৈ কিয় কৈছো?”

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd