• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াই পাহৰিলে! পঁইতা ভাত খাই শক্তি গোটাইছে ধিং এক্সপ্ৰেছ হিমা দাসে

হাৰিয়ানাত ‘অসমীয়া পঁইতা ভাত’ৰ জুতি ল’লে হিমাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 5, 2020 8:36 pm
Hima FB Post
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক অসমীয়াৰ বাবে প্ৰায় পাহৰণিৰ গৰ্ভত পঁইতা ভাত। অৱশ্যে এতিয়াও পঁইতা ভাতৰ জুতি কিছুসংখ্যকে লৈ অহা পৰিলক্ষিত হয়।

অসমীয়াত এটা উক্তি আছে যে ‘মাঘৰ পান্তা বাঘৰ বল।‘ অৰ্থ্যাৎ মাঘ বিহুৰ পুৱা পঁইতা ভাতে শৰীৰত বল বৃদ্ধি কৰে বুলি জনবিশ্বাস আছে।

Apply Now

পঁইতা ভাতৰ বহুকেইটা উপকাৰিতা আছে। ই গোটেই দিনটো শৰীৰত শক্তি ধৰি ৰখাতো ইয়াক সহায়ক হয়। এই ভাতত বহু মাইক্ৰ’-নিউট্ৰিয়েণ্ট আৰু বহু প্ৰয়োজনীয় মিনাৰেলো পোৱা যায়।পঁইতা ভাতে শৰীৰৰ উষ্ণতা কম কৰি ৰখাত সহায় কৰে, কাৰণ এই ভাত শীতল থাকে।

যি উপকাৰিতাই ক্ৰীড়া জগতৰ সৈতে জৰিতসকলৰো কামত আহে। সেই কথাই উপলব্ধি কৰিছে ধিং এক্সপ্ৰেছ এথলেটিকছ হিমা দাসে।

Comment Hima

 

সেয়েহে কালি পুৱা পঁইতা ভাতৰ জুতি ল’লে হিমাই। হাৰিয়ানাৰ ভাৰতীয় প্ৰশিক্ষণ কেন্দ্ৰত পঁইতা ভাতৰ সোৱাদ লোৱাৰ কথা ফেইচবুকযোগে উল্লেখ কৰিলে হিমাই।

Comment Hima 123

ফেইচবুকত লিখি হিমাই কয়, ‘বহুত খাদ্যৰ জুতি ললোঁ কিন্তু পঁইতা ভাতৰ দৰে জুতি ক’তো নাপালোঁ। ভাৰতীয় প্ৰশিক্ষণ কেন্দ্ৰত আজি তৃপ্তিৰে এসাজ পঁইতা ভাতৰ জুতি ললোঁ পুৱাতে। সঁচাকৈয়ে বৰ সোৱাদ। ই আমাৰ শৰীৰৰ বাবেও বহু উপযোগী।‘

 

উক্ত পোষ্টটোতে হিমাই আলু ভাজিৰ লগত পঁইতা ভাত খাবলৈ বৰ সোৱাদযুক্ত বুলিও উল্লেখ কৰি লগতে কয়, ‘খৰিচা ভোট জলকীয়া আৰু পুৰা গৰৈ মাছৰ পিটিকা হ’লে বেছি ভাল।‘

হিমাই কৰা এই পোষ্টটোৰ পাছতে তেওঁৰ অসমৰ বহু ফ’ল’ৱাৰে বিভিন্নধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd