DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Commonwealth Games 2022: ছেমিত থমকিল ধিং এক্সপ্ৰেছ; ০.০১ ছেকেণ্ডৰ বাবে ফাইনেল নাপালে হিমাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2022 9:58 am
141
VIEWS
Share on FacebookShare on Twitter

Hima Das fails to qualify for women’s 200m final হিমাক কেন্দ্ৰ কৰি এটা পদকৰ আশা কৰিছিল সকলোৱে। কিন্তু হতাশ হ’ল হিমাৰ ভাৰতীয় অনুৰাগী। মহিলাৰ ২০০ মিটাৰ ফাইনেলত উপনীত হোৱাত ব্যৰ্থ হ’ল হিমা। শুকুৰবাৰে কমনৱেলথ গেমছৰ অষ্টম দিনা ২০০ মিটাৰ ছেমিফাইনেলত হিমাই সামগ্ৰিকভাৱে দশম স্থান লাভ কৰে৷

হিমাই অতি কম সময়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে৷ তেওঁ ০.০১ ছেকেণ্ডৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয়।

দ্বিতীয় ছেমিফাইনেলত অসমৰ ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে তৃতীয় স্থান লাভ কৰে। তেওঁ ২৩.৪২ ছেকেণ্ড সময় লয়। হিমাই ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সময়তকৈ তেওঁৰ প্ৰদৰ্শন আৰু উন্নত কৰিব নোৱাৰিলে।

লগতে পঢ়ক: Commonwealth Games 2022: গোল্ড কোষ্টৰ পিছত এইবাৰ বাৰ্মিংহামতো স্বৰ্ণ জয় বজৰং পুনিয়াৰ

নামিবিয়া আৰু অষ্ট্ৰেলিয়াৰ এথলিট দুগৰাকীয়ে ক্ৰমান্বয়ে ২২.৯৩ আৰু ২৩.৪১ ছেকেণ্ড সময়েৰে  ফাইনেলত উপনীত হয়।

কমনৱেলথ গেমছৰ অষ্টম দিনা ভাৰতে মল্লযুঁজত তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক জিকে। ফলত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ৯টালৈ বৃদ্ধি পাইছে। সেইদৰে, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জকে ধৰি এতিয়া ভাৰতৰ মুঠ পদকৰ সংখ্যা হৈছেগৈ ২৬টা ।

লগতে পঢ়ক: Sakshi Malik Wins Gold in CWG: স্নায়ুযুঁজত প্ৰতিপক্ষক ধৰাশায়ী কৰি মল্লযুঁজত স্বৰ্ণ জয় সাক্ষী মালিকৰ

পদক তালিকাত ভাৰতে সাতৰ পৰা পাঁচ নম্বৰ স্থানলৈ উন্নীত হৈছে। মহিলা হকীত ভাৰতে দুৰ্ভাগ্যজনকভাৱে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয়।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd