DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব এথলেটিকছৰ ভাৰতীয় দলত হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2019 11:55 am
hima das assam

ফাইল ফটো

4.8k
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ ছেপ্তেম্বৰৰ পৰা ডোহাত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে অসম কন্যা হিমা দাস।

২৫ জনীয়া ভাৰতীয় দলটোত স্থান পোৱা হিমাই প্ৰতিযোগিতাখনত মহিলাৰ ৪x৪০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ মিক্সড ৰীলেত ভাগ ল’ব।

উল্লেখ্য যে ২০ বছৰ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু তাৰ পাছত এছিয়ান গেইমছত ৰূপৰ পদকেৰে এথলেটিকছ জগতত চাঞ্চল্যৰ সৃষ্টি কৰা হিমাই কিন্তু প্ৰতিযোগিতাখনৰ ব্যক্তিগত শাখাত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

লগতে পঢ়ক : এমাহৰ ভিতৰত ছটা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পোৱা হিমা বিশ্ব চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জনত ব্যৰ্থ

জুলাই আৰু আগষ্ট মাহত একেৰাহে ছখন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত স্বৰ্ণ পদকৰে ইতিহাস ৰচা হিমাই বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পাছতে ক্ৰীড়া প্ৰেমী তথা বিশেষজ্ঞ সকলে চোকা সমালোচনা কৰিছে।

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰৰ যোগ্যতা নিৰ্ধাৰণকাৰী সময় আছিল ৫১.৮০। কিন্তু হিমাৰ শেহতীয়া সময় হৈছে ৫২.০৯ ছেকেণ্ড।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 01 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd