• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ হিমা ‘প্ৰকৃত প্ৰেৰণা’: কপিল দেৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 4, 2018 11:20 pm

1 min read

Kapil Dev on hima das
67
VIEWS
Share on FacebookShare on Twitter

জাকাৰ্টা এছিয়াদত পদক জয়ী অসমৰ হিমা দাসক ‘প্ৰকৃত প্ৰেৰণা’ৰূপে অভিহিত কৰিছে কপিল দেৱে।

টেৰিটৰিয়েল আৰ্মি আৰু ভাৰতৰ এথলেতিক্স ফেদাৰে’চনে অহা ২ অক্টোবৰত নতুন দিল্লীত আয়োজন কৰা মাৰাথনৰ কাৰ্য্যসূচী ঘোষণাৰ এক অনুষ্ঠানত সোমবাৰে এই মন্তব্য কৰিছে ক্ৰিকেট বিশ্ব কাপজয়ী প্ৰথম ভাৰতীয় দলৰ অধিনায়কজনে।

ভাৰতৰ ক্ৰীড়া জগতত সাধাৰণ আৰু খেলৰ সৈতে জৰিত নথকা ঘৰৰ পৰা অহা খেলুৱৈৰ সফলতালৈ আঙুলিয়াই দেৱে কয় যে খেলুৱৈৰ বেকগ্ৰাউণ্ড আৰু এতিয়া গুৰুত্বপূৰ্ণ নহয়।

‘তেওঁলোক বেছিভাগেই সাধাৰণ ঘৰৰ পৰা আহিছে, কিন্তু পদক জিকাত তেওঁলোকক কোনেও বাধা দিব পৰা নাই,’ দেৱৰ মন্তব্য।

দেশৰ ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকী এই মাৰাথনৰ ব্ৰেণ্ড এম্বেছেদৰ।

ভাৰতৰ ৰাষ্ট্ৰীয় মাৰাথন ৰূপেও জনাজাত এই মাৰাথন অৱশ্যে এইবাৰ হাফ মাৰাথন হিচাপেহে অনুষ্ঠিত হ’ব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd