• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই এছ এলৰ নৰ্থইষ্ট ইউনাইটেড এফ চিৰ প্ৰচাৰত জন আব্ৰাহমৰ সৈতে হিমা দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2018 11:10 am
hima-football-750x375

ফটো : টুইটাৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আগশাৰীৰৰ ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগৰ চলিত বৰ্ষৰ উদ্বোধনী খেলখনত সোমবাৰে এফ চি গোৱাৰ সৈতে মুখামুখি হ’বলগীয়া নৰ্থইষ্ট ইউনাইটেড এফ চিৰ সহযোগী স্বত্ত্বাধিকাৰী জন আব্ৰাহমৰ সৈতে ‘ফেন পাৰ্ক’ত দেখা যাব অসমৰ স্বৰ্ণকন্যা হিমা দাসক।

নৰ্থইষ্ট ইউনাইটেড এফ চিৰ অ’ফিচিয়েল টুইটাৰ পেজত লিখিছেঃ ‘’ হিমা দাসৰ সৈতে জন আব্ৰাহাম আমাৰ সৈতে থাকিব আৰু কাইলৈ খেলত ফেন পাৰ্কত দেখা যাব। ফেন কন্টেষ্টৰ ভাগ্যৱান বিজেতাই তেওঁলোকক লগ কৰাৰো সুযোগ পাব। আপোনালোকক সকলোকে এফ চি গোৱাৰ বিৰুদ্ধে আমাৰ উদ্বোধনী খেলখনত দেখা পোৱাৰ আশা থাকিল।‘’

Apply Now

উজ্জীৱিত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে সোমবাৰে প্ৰতিযোগিতাখনৰ শক্তিশালী প্ৰতিদ্বন্দ্বী এফ চি গোৱাৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব।

নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে আই এছ এলৰ উদ্বোধনী খেলখনত ঘৰুৱা খেলপথাৰত দলটোৰ নতুন প্ৰশিক্ষক এলকো ছেহেটৰিৰ তত্ত্বাৱধানত খেলিব। আনহাতে এফ চি গোৱাই দ্বিতীয়বাৰৰ বাবে ইয়াৰ মুখ্য প্ৰশিক্ষক ছাৰ্গো ল’বেৰাৰ নিৰ্দেশনাত খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বিগত বৰ্ষত দুয়োটা দলৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত নৰ্থইষ্ট ইউনাইটেড এফ চিৰ প্ৰদৰ্শন আছিল খুবেই সন্তোষজনক। তেওঁলোকে এখন খেলত বিজয় সাৱ্যস্ত কৰাৰ লগতে এখন ড্ৰ’ খেলিছিল।

নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে ইয়াৰ ষ্ট্ৰাইকাৰ বাৰ্থোলমিউ অ’গবেচেৰ আক্ৰমণৰ জৰিয়তে চলিত চিজনত সজীৱ প্ৰদৰ্শন আগবঢ়োৱাৰ আশা কৰা হৈছে। নাইজেৰিয়আৰ ফুটবলাৰগৰাকীয়ে নৰ্থইষ্ট ইউনাইটেডৰ হৈ আক্ৰমণৰ গুৰি ধৰিব।

আনহাতে, নৰ্থইষ্ট ইউনাইটেড এফ চিৰ হৈ প্ৰতিৰক্ষা বিভাগ চম্ভালিবলৈ ক্ৰৱেছিয়াৰ মাটো গ্ৰেজিক আৰু মিছলাভ কমৰস্কিয়ে। মিডফিল্ডত বলৰ গতি চম্ভালিব ৰ’ৱলিন বৰ্গেছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd