• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমাচল প্ৰদেশত পাহাৰৰ পৰা বাহন বাগৰি সাত যাত্ৰী নিহত, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 16, 2020 1:36 pm

1 min read

himachal_accident_20091106

প্ৰতিনিধিত্বমূলক ছবি

1.6k
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ’ল পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশক।

যোৱা নিশা প্ৰায় ২.৩০ বজাত হিমাচল প্ৰদেশৰ মাণ্ডি অঞ্চলত সংঘটিত এই দুৰ্ঘটনাত নিহত হৈছে সাত জন যাত্ৰী।

ঘটনাৰ বিৱৰণী অনুসৰি মাণ্ডিৰ পালঘাট অঞ্চলৰ ছুকেটি খাদত এখন যাত্ৰীবাহী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।

পথৰ পৰা বহু ফুট তললৈ বাগৰি পৰা বাহন খনৰ ৬ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু ঘটাৰ লগতে আম এজন যাত্ৰীৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে।

দুৰ্ঘটনাস্থলী অতি দুৰ্গম হোৱা বাবে উদ্ধাৰ অভিযানত কিছু পলম হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি এক শোক বাৰ্তা প্ৰেৰণ কৰিছে।

একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাত নিহতসকলৰ পৰিচয়ো আৰক্ষীয়ে এতিয়ালৈকে ৰাজহুৱা কৰা নাই।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd