DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা হিমাংশু গগৈক লতাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2020 4:20 pm
6.8k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে ফেইচবুক লাইভ যোগে হিমন্ত বিশ্ব শৰ্মাৰ ইংৰাজী ভাষাজ্ঞানক প্ৰত্যাহ্বান জনোৱা হিমাংশ গগৈক লতাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

পুনৰ আন এটা ফেইচবুক ভিডিঅ’ আপল’ড কৰি এই কথা নিজেই প্ৰকাশ কৰিছে গগৈয়ে।

হিমাংশু গগৈ বায়ু সেনাৰ প্ৰাক্তন বিষয়া আৰু যোৱা ১৮ জানুৱাৰিত তেওঁ মন্ত্ৰী হিমন্ত বিশ্বক তেওঁৰ ইংৰাজী ভাষাজ্ঞানকে ধৰি কেইবাটাও কথাত প্ৰত্যাহ্বান জনাইছিল।

তেওঁ আজি পুৱাৰ ভাগত আপল’ড কৰা ভিডিঅ’টোতো মন্ত্ৰীজনক কটাক্ষ কৰিবলৈ নেৰে। ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা, আলফাৰ নামত ধন দাবী কৰি পাণবজাৰ থানাত গৰুপিটন খোৱা বুলিও নাম উল্লেখ নকৰাকৈ মন্ত্ৰীজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে গগৈয়ে।

গগৈয়ে ভিডিঅ’টোত কয়, “যাৰ নিজৰ ডিগনিটি নাই, তেওঁৰ লগত কি কথা পাতিম”।

“তেওঁ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ এজন ডাঙৰ মন্ত্ৰী আৰু আগৰ চৰকাৰখনতো অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল। কিন্তু নতুন দলটোত অহাৰ পিছত আহি ক’লে “মই পঢ়িয়ে চোৱা নাছিলো।” আপুনি ১০ বছৰ ধৰি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল, সেই ১০ বছৰৰ মন্ত্ৰী হিচাপে দৰমহা আমাৰ জনসাধাৰণৰ টকাৰে দিয়া হৈছিল। গতিকে সেই টকা ঘূৰাই দিয়ক”, গগৈয়ে কয়।

“ভক্তগণ” শব্দেৰে তেওঁ বিজেপি তথা মন্ত্ৰী হিমন্তৰ সমৰ্থকসকলকো কটাক্ষ কৰে।

অৱশ্যে কেইঘণ্টামানৰ পিছতে দিয়া আন এটা আপডেইটৰ জৰিয়তে গগৈয়ে কয় যে তেওঁক আজি থানাত হাজিৰ হ’ব নালাগে বুলি আজাৰা ডিভিজনৰ এচিপি প্ৰাঞ্জল বৰাই ফোনত জনায়।

“আজাৰা ডিভিজনৰ এচিপি প্ৰাঞ্জল বৰা দেৱে ফোন কৰি জনায়, আজি থানাত হাজিৰ হ’ব নালাগে হেনো। সকলো শুভাকাঙ্ক্ষীলৈ আন্তৰিক ধন্যবাদ”, গগৈয়ে ফেইচবুকত স্পষ্টীকৰণ দি কয়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd