DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মই আপোনাতকৈ বেছি ভালকৈ ইংৰাজী ক’ব পাৰো; আপুনি ডক্টৰেট হ’ব পাৰে : হিমন্তক প্ৰত্যাহ্বান প্ৰাক্তন বায়ুসেনা বিষয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2020 1:16 pm
7.9k
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আছু বা জুবিনে প্ৰত্যাহ্বান জনোৱা নাই প্ৰত্যাহ্বান জনালে এজন যুৱক তথা এজন প্ৰাক্তন বায়ুসেনা বিষয়াই। যুৱকজনে নিজৰ ফেচবুক একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। যুৱকজনক হিমাংশু গগৈ বুলি চিনাক্ত কৰা হৈছে।

হিমাংশু গগৈয়ে নিজৰ ফেচবুকত ভিডিঅ’টোৰ জৰিয়তে কোৱা কথাখিনি অসম্পাদিত ৰূপত উল্লে কৰা হৈছে। যুৱকজনে কয়, “মোৰ নামটো হিমাংশু গগৈ। আপুনি এজন গগৈক মাতিছে আপোনাৰ সৈতে একেলগে থিয় হৈ অসম চুক্তিখন ইংৰাজীত পাঠ কৰিবলৈ। এইক্ষেত্ৰত মই আপোনাক কওঁ – I can speak better English than you, আপুনি ডক্টৰেট হ’ব পাৰে। কেতিয়াও আপুনি  ইংৰাজীত উঠা–বহা কৰিয়ে পোৱা নাই।”

হিমাংশুৱে কয়, “মই ১৪ বছৰ এয়াৰ ফ’ৰ্চত চাকৰি কৰি আহিছো আৰু পুৱাৰ পৰা গধূলিলৈকে অকল ইংৰাজীতে কথা পাতি জীয়াই আহিছো। ছাত্ৰ সংগঠনৰ এজন নেতাক আপুনি মাতি কিহৰ দম্ভালি মাৰিছে? ছাত্ৰ সংগঠনৰ নেতাক আপুনি অসম চুক্তিৰ ওপৰত কথা ক’বলৈ মাতিছে, কিন্তু যোৱা ১০ বছৰে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আপুনিয়ে নাছিল জানো? আপুনিয়েতো আছিল কংগ্ৰেছৰ ২ নম্বৰ মন্ত্ৰী। কংগ্ৰেছৰ ২ নম্বৰ চি এম”

“এতিয়া বিজেপিতো আপুনি ২ নম্বৰ চিএম। কাইলৈ বিজেপি বিফল হ’লে আপুনি সৰ্বানন্দ সোণোৱালকে গালি পাৰি থাকিব নেকি? আজি তাৰিখত সৰ্বানন্দ সোণোৱালে গম নাপায় কেইলাখ হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব পাব, কিন্তু আপুনি জানে। ডক্টৰেড ডিগ্ৰী আপুনিহে ল’লে বুলি ভাবিছে নেকি? মই যিমানখিনি ইংলিছ জানো আপোনাৰ মুখত নুফুটিবই।” উল্লেখ কৰে হিমাংশু গগৈয়ে।

ভিডিটোৰ শেষত হিমাংশুৱে কয়, “২০২১ত কিন্তু ৰাইজে বিজেপিক ওফৰাই পঠিয়াব। আৰু নকওঁ বেছিকৈ ক’লে আপোনালোকে জে’লত ভৰাই থ’ব। ভৰাই থ’লেও থওক, ভয় নকৰো। ১৪ বছৰ এয়াৰ ফ’ৰ্চত চাকৰি কৰি আহিছো। ইমানখিনিতো দম আছে।”

Recent News

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd