• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজপথত টায়াৰ জ্বলাবলৈ আহ্বান জনোৱাটোৱেই ভুল আছিল নেকি অখিল গগৈৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 5, 2020 5:34 pm
Akhil himanta arnab
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কা’ বিৰোধী আন্দোলনৰ সময়ত ৰাজপথত টায়াৰ জ্বলাবলৈ আহ্বান জনোৱা আৰু অসম বন্ধৰ আহ্বান জনোৱাৰ বাবে ১১ মাহে কাৰাগাৰত বন্দী হৈ আছে নেকি অখিল গগৈ? এই প্ৰশ্ন এইবাবেই উত্থাপন কৰিছো কিয়নো ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীক সমৰ্থন জনাবলৈ গৈ এক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

হিমন্তই সংবাদ মাধ্যমৰ আগত কয়, ‘অখিল গগৈ আৰু অৰ্ণৱ গোস্বামীৰ মাজত পাৰ্থক্য আছে। অখিল গগৈ আন্দোলনকাৰী। অৰ্ণৱ গোস্বামীৰ এনে ভিডিঅ’ ক্লিপ আছে নেকি ৰাস্তাত টায়াৰ জ্বলাই দিয়ক, সৰ্বাত্মক বন্ধ কৰি দিয়ক এনেকৈ কোৱা?’

Apply Now

‘কা আন্দোলনৰ সময়ত জুই বিলাক আমি নিজেই দেখা পাইছো। অৰ্ণৱ গোস্বামীয়ে ক’ত জুই জ্বলাব গৈছে? অৰ্ণৱে ক’ত কৈছে টায়াৰ লৈ ৰাস্তা জ্বলাই দিয়ক।‘ হিমন্তই লগতে কয়।

এই মন্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা আৰু অসম বন্ধৰ আহ্বান জনোৱাৰ বাবেই অখিল গগৈক কাৰাগাৰলৈ নিক্ষেপ কৰিলে ৰাজ্য চৰকাৰে।

ইপিনে, অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰত ড্ৰাগছ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে মাত মতাৰ বাবেহে তেওঁক জেইললৈ নিক্ষেপ কৰিলে বুলি দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন আৰু অন্য আন্দোলনৰ মাজত পাৰ্থক্য আছে। অৰ্ণৱ গোস্বামীয়ে দুৰ্নীতি পোহৰলৈ আনিছিল, ড্ৰাগছ মাফিয়াৰ নাম পোহৰলৈ আনিছিল। ৰাস্তাত ট্ৰায়াৰ জ্বলোৱা আৰু অৰ্ণৱ গোস্বামীৰ কামৰ মাজত কেনেকৈ তুলনা কৰিব পাৰি?’ হিমন্তই এইদৰে কয়।

অহা দুই-তিনি দিনত অৰ্ণৱ গোস্বামী মুকলি আকাশৰ তললৈ আহিব বুলি দাবী কৰি হিমন্তই মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু কংগ্ৰেছৰ চৰকাৰক কটাক্ষ কৰি কয়, ‘অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰি মহাৰাষ্ট্ৰ চৰকাৰ কিমান দুৰ্বল সেইটো প্ৰমাণ কৰিলে। এতিয়া মোৰ বিপক্ষে কিমান সংবাদ মাধ্যমে লিখে কেতিয়াবা আমি সেইবোৰক লৈ বেয়া চিন্তা কৰিছো নেকি? মোৰ ল’ৰা-ছোৱালী পত্নী কাকোৱেই এৰি নিদিয়ে।‘

‘গণতন্ত্ৰত চতুৰ্থ স্তম্ভক আমি এটা স্বাধীনতা দিব লাগিব। নহ’লে দেশখন বাছি নাথাকিব। মহাৰাষ্ট্ৰত ড্ৰাগছৰ খেলা উন্মোচন কৰাৰ বাবেই অৰ্ণৱ গোস্বামীৰ ওপৰত আক্ৰমণ চলিছে।‘ হিমন্তই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd