• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০ ডিচেম্বৰৰ পাছত মোৰ মুখখন খুলিলে বেলেগৰ মুখ বন্ধ হ’ব! জুবিনৰ মৃত্যুৰ তদন্তৰ চার্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2025 5:58 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শনিবাৰে ১ নৱেম্বৰত মৰিগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ আৰু বিস্ফোৰক মন্তব্য আগবঢ়ায়।

মৰিগাঁৱৰ মিকিৰভেটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত সৰৱহৈ পৰে মুখ্যমন্ত্ৰী শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত চলি থকা এছ আই টি (SIT) তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰি কয় যে তদন্ত সঠিক পথেৰে আগবাঢ়িছে।

Apply Now

এছ আই টিয়ে সঠিক পথত আগবাঢ়িছে। বহুত বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে। মই ভাবোঁ যে ১০ ডিচেম্বৰৰ ভিতৰত বা তাৰ আগতেই জুবিনৰ ঘটনা সম্পূৰ্ণ ৰাইজৰ মাজলৈ আমি আনিব পাৰিম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই

তেওঁ লগতে কয় যে চার্জশ্বিট দাখিল হোৱাৰ পিছত ৰাইজে এই ঘটনাৰ সন্দৰ্ভত সঠিক  তথ্য লাভ কৰিব। তেওঁ দৃঢ়তাৰে কয় যে ১০ ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আচল পদক্ষেপ হিচাপে এছ আই টিৰ চার্জশ্বিট দাখিল কৰা হ’ব। ইয়াৰ পিছতে ৰাইজে বহু বছৰজুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা জড়িত কাহিনী গম পাব। তেওঁ আৰু কয় যে ১০ ডিচেম্বৰৰ পাছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ বন্ধ হ’ব।

মৰিগাঁৱত পদুম ফুলৰ ছবিৰ লগতে জুবিন গাৰ্গ ‘অমৰ হওক’ বুলি দেৱালত লিখা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বিজেপি সদস্যসকলক জুবিনৰ ‘প্ৰকৃত অনুৰাগী’ বুলি আখ্যা দিয়ে। তেওঁ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নাম লৈ কয় যে অখিল গগৈয়ে ৰাজনীতি কৰিব পাৰিলে বিজেপিয়েও জুবিন গাৰ্গৰ প্ৰতি সমৰ্থন জনাব পাৰে।

তেওঁ লগতে কয় যে “এতিয়া যিবিলাক মিঞা মুছলমান জুবিনৰ অনুৰাগী আগবাঢ়ি আহিছে, তেওঁলোক জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিল। তেওঁলোক ডুপ্লিকেট অনুৰাগী।”

তেওঁ দাবী কৰে যে তেওঁলোকে পূজা-সভাত জুবিনৰ ফটো ৰাখে, কিন্তু কোনো মিঞা মুছলমানে ধৰ্মীয় সভাত জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ নকৰে। তেওঁ অভিযোগ কৰে যে মিঞা সমাজৰ এচামে গধূলি জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কাম কৰি থাকে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নিৰ্বাচন শেষ হোৱাৰ পিছত এই ‘নকল অনুৰাগীবিলাক’ নাইকিয়া হ’ব।

ইয়াৰোপৰি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰথম, তাৰ পাছতহে গৌৰৱ গগৈক যি কৰিব লাগে কৰা হ’ব। তেওঁ মহাভাৰতৰ উদাহৰণ দি কয়: “মই চৰাইৰ চকুটো চাইহে আগবাঢ়োঁ… মই চকুটো চাই আছোঁ।”

মিঞা সমাজৰ একাংশৰ ওপৰত আক্ৰমণাত্মক মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে “মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে ৰক্ষা নাপাব।” “আমি দুই হাতেৰে শৰ মাৰিব পাৰোঁ। এফালে জুবিন গাৰ্গকো ন্যায় দিম, আনফালে মিঞা মুছলমানসকলকো কষ্ট দি থাকিম বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd