• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘দ্বিতীয় ঘৰ’ হিচাপে গণ্য কৰা ঝাৰখণ্ডত অসাৰ হিমন্ত বিশ্বৰ প্ৰচাৰ! চৰকাৰ গঠনৰ দিশে বিৰোধী ঐক্যমঞ্চ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 23, 2024 4:57 pm
130
VIEWS
Share on FacebookShare on Twitter

ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত বছৰৰ আৰম্ভণিতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা-কংগ্ৰেছৰ মিত্ৰজোঁটক জয় দিশে আগুৱাই নিছে। এগজিট প’লৰ ভৱিষ্যদ্বাণীক ভুল প্ৰমাণিত কৰি মিত্ৰজোঁটে ক্ষমতা অক্ষুণ্ণ ৰখাৰ পথত আগবাঢ়িছে, য’ত ৫৫খনতকৈও অধিক আসনেৰে ৪২খনৰ মেজিক সংখ্যাৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিছে।বিজেপি নেতৃত্বাধীন এনডিএ ২৩খন আসনেৰে পিছ পৰি আছে।

জেএমএম-কংগ্ৰেছৰ মিত্ৰতাই ঝাৰখণ্ডৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আগবাঢ়ি আছে৷ ২০১৯ চনৰ নিৰ্বাচনত জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটে ৪৭খন আসন লাভ কৰিছিল, য’ত জেএমএম নিজেই ৩০খন আসন লাভ কৰিছিল।

প্ৰচাৰৰ সময়ত মোডী আৰু শ্বাহৰ নেতৃত্বত বিজেপিয়ে বাংলাদেশৰ পৰা অহা কথিত “অবৈধ অনুপ্ৰৱেশ”ক লৈ ছ’ৰেণ চৰকাৰক সমালোচনা কৰি জনজাতীয় অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি সমালোচনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত জেএমএমই মুখ্যমন্ত্ৰী ‘মায়্যা সন্মান যোজনা’ৰ দৰে নিজৰ কল্যাণমূলক পদক্ষেপত গুৰুত্ব আৰোপ কৰে, য’ত যোগ্য মহিলাক প্ৰতিমাহে ১০০০টকা প্ৰদান কৰা হয়। মহিলাৰ কল্যাণৰ ওপৰত এই মনোনিৱেশে সম্ভৱতঃ জেএমএমক মহিলা ভোটাৰৰ পৰা শক্তিশালী সমৰ্থন লাভ কৰাত সহায় কৰিছিল, ৮১টা সমষ্টিৰ ভিতৰত ৬৮টা সমষ্টিত মহিলাৰ ভোটদানৰ হাৰ অধিক হৈছিল।

ঝাৰখণ্ডত বিজেপিৰ সহ-প্ৰভাৰী হিচাপে আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷শৰ্মাই ঝাৰখণ্ডক নিজৰ দ্বিতীয় ঘৰ হিচাপে গণ্য কৰে বুলি মন্তব্য কৰিছিল৷লগতে শৰ্মাই ইখনৰ পাছত সিখন জনসভা আৰু ৰেলী সম্বোধন কৰিছিল৷কিন্তু তৎস্বত্বেও সকলো হিমন্তৰ নীতিক নিস্প্ৰভ কৰি ঝাৰখণ্ডত বিৰোধীৰ উত্থান হ’ল৷

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd