• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গংগাত গা ধুলেও অজিত কুমাৰ ভূঞা পৱিত্ৰ নহয় : হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , March 13, 2020 3:06 pm

1 min read

HBS

হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমল আৰু অজিত কুমাৰ ভূঞা

1.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ বাবে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ সন্মিলিত প্ৰাৰ্থী হিচাপে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই আজি মনোনয়ন দাখিল কৰাৰ পাছতে ভূঞাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অজিত কুমাৰ ভূঞাক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই ভূঞাই গংগাৰ পানীৰে গা ধুলেও পৱিত্ৰ নহয় বুলি কয়।

উল্লেখযোগ্য যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা অজিত কুমাৰ ভূঞাক সংগ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু এআইয়ুডিএফ প্ৰধান তথা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ লগতে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ নেতা সকলে।

‘‘অজিত কুমাৰ ভূঞা একো ‘কা’ বিৰোধী প্ৰাৰ্থী নহয়। তেওঁ এআইয়ুডিএফৰ প্ৰাৰ্থী হৈ অসমীয়া মানুহক বাংলাদেশীৰ ভৰিৰ তললৈ নিলে। ভূঞাই অসমৰ বৌদ্ধিক সমাজক কলুষিত কৰিলে। আজমলৰ ভৰিত পৰি ৰাজ্যসভাৰ টিকত লৈছে অজিক কুমাৰ ভূঞাই,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

আনহাতে, ৰাজ্যসভাৰ তৃতীয়খন আসনৰ প্ৰাৰ্থীক বিজেপি, অগপ আৰু বিপিএফে সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী শৰ্মাই।

‘‘মোৰ অজিত কুমাৰ ভূঞালৈ সহানুভূতি জগাৰ লগতে দুখো লাখিছে। ৰাজ্যসভাৰ বাবে যদি ইমান নাটক কৰিবলগীয়া আছিল তেওঁ এআইয়ুডিএফত আগতেই যোগদান কৰিব লাগিছিল,’’ তীব্ৰ সমালোচনা কৰি হিমন্তৰ মন্তব্য।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd