• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় কংগ্ৰেছ ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই? ভূপেন বৰাৰ দলত্যাগৰ খবৰৰ মাজতেই পুৰণি স্মৃতি সোঁৱৰণ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2026 11:17 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ দিন ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এক বিশেষ চৰ্চা আৰম্ভ হৈছে। ইয়াৰ মাজতেই মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ এসময়ত কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তাৰ অন্তৰালৰ ৰহস্য ফাদিল কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই ২০১২ চনৰ সেই সময়ছোৱাৰ কথা সোঁৱৰণ কৰি কয় যে তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে কেতিয়াও “পেৰাচ্যুট লেণ্ডিং” কৰা নেতাৰ ওচৰত আত্মসমৰ্পণ কৰিব বিচৰা নাছিল। তেওঁ অভিযোগ কৰে যে তদানীন্তন চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্পষ্টকৈ জনাই দিছিল যে তেওঁ কেতিয়াও এজন পুত্ৰৰ নিৰ্বাচনী সভাত এজন কেবিনেট মন্ত্ৰী হিচাপে মৰ্যাদা লাঘৱ কৰি উপস্থিত নাথাকে। তেওঁৰ মতে, সাংবিধানিক পদবীত থাকি এনে কাম কৰাটো কলংকিত হোৱাৰ দৰে।

Apply Now

বৰ্তমানৰ স্থিতিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত ৰাহুল গান্ধীয়ে তেওঁক মুখ্যমন্ত্ৰী নপতাতো এক আশীৰ্বাদহে আছিল। তেওঁ কয়, “মোক গোৰ মাৰি গংগাত পেলোৱা হৈছিল বাবেহে আজি ময় বুকু ডাঠ কৰি সনাতন ধৰ্ম আৰু অসমীয়াৰ বাবে কাম কৰিব পাৰিছোঁ।” তেওঁৰ মতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে তেওঁৰ নামত এটা কাল কলংক থাকি গ’লহেঁতেন।

কংগ্ৰেছৰ আগন্তুক নিৰ্বাচনী তালিকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে, কংগ্ৰেছৰ আচল তালিকাখন ‘ইনক্লুচিভ মাইণ্ড‘ নামৰ সংস্থাটোৱেহে প্ৰস্তুত কৰিছে। সক্ষম মাৰুৱা আৰু সুনীল কানেগুলাৰ দৰে ব্যক্তিয়ে টিকট বিতৰণৰ নামত কোটি কোটি টকাৰ লেনদেন কৰিছে বুলি তেওঁ দাবী কৰে। বিশেষকৈ সংখ্যালঘু আসনবোৰত বৃহৎ ধনৰ লেনদেন হোৱাৰ বাবে টিকট দিয়াৰ দিনা কংগ্ৰেছত গণ্ডগোল হোৱাটো নিশ্চিত বুলিও তেওঁ মন্তব্য কৰে।

ৰাজ্যৰ আগশাৰীৰ বিৰোধী নেতাসকলৰ ভৱিষ্যত সম্পৰ্কে ভৱিষ্যদ্বাণী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৯ চনৰ পূৰ্বেই প্ৰদ্যুৎ বৰদলৈয়ে এশ শতাংশই বিজেপিত যোগদান কৰিব। আনহাতে, ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছলৈ যোৱাৰ ফলত এক “ট্ৰেজেদি”ৰ চিকাৰ হ’ল বুলি তেওঁ কটাক্ষ কৰে। বিৰোধী দলটো কেৱল ৰকিবুল হুছেইন, নুৰুল হুদা আৰু অখিল গগৈৰ দৰে একাংশ নেতাৰ হাতত থাকিব বুলিও তেওঁ উল্লেখ কৰে। ধুবুৰীত সাংসদ ৰকিবুল হুছেইনে ১০ লাখ ভোট পোৱাটো কোনো বিশেষ কৃতিত্ব নহয় বুলিও তেওঁ কটাক্ষ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd