• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ হিতাধিকাৰী আঁচনিয়ে আনিব বিপদ! বিষোদগাৰ আৰএছএছৰ কোন শীৰ্ষ নেতাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2023 8:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ ছুনামিত কৰ্ণাটকত বিধ্বস্ত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী জ্যেষ্ঠ নেতাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক কৰি দিছে। এক ফেচবুক পোষ্টৰ যোগে মুখ্যমন্ত্ৰীক ডঃ শৰ্মাক সতৰ্ক কৰি দি আৰএছএছৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকু দাসে কয় যে হিতাধিকাৰী সৃষ্টিয়ে দলৰ সাধাৰণ কৰ্মীসকলক হতাশ কৰি তুলিছে।

আৰএছএছ জ্যেষ্ঠ নেতাজনৰ এই সতৰ্কবাণীয়ে এতিয়া বাজপেয়ী ভৱনত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে হিমন্তৰ চৰকাৰক অস্বস্তিত পেলোৱাও দেখা গৈছে।

যি সময়ত অসম চৰকাৰে এখনৰ পাছত এখন হিতাধিকাৰী আঁচনি ঘোষণা কৰি ৩০ লাখ হিতাধিকাৰীক প্ৰতিমাহে আৰ্থিক সাহাৰ্য দি চমক সৃষ্টি কৰিছে ঠিক সেই সময়তে আৰএছএছৰ নেতাজনে হিতাধিকাৰীয়ে ভোট দিবই বুলি কোনো কথা নাই বুলিহে সতৰ্ক কৰি দিয়া কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি এতিয়া চৰ্চা লাভ কৰিছে।

Apply Now

আৰএছএছৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকু দাস কলিতাই কৰ্ণাটকৰ পৰা বিজেপি দলে অনেক শিক্ষা ল’বলগীয়া আছে বুলিও মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি সামাজিক মাধ্যমত লিখিছে এইদৰে— “হিতাধিকাৰীয়ে ভোট দিবই বুলি কোনো কথা নাই, নগদ ধনৰ আঁচনিসমূহে দলীয় নেতৃত্বক লালায়িত কৰে, সাধাৰণ কৰ্মীক হতাশ কৰে। কৰ্মী নাথাকিলে সংগঠন কিদৰে শক্তিগালী হ’ব?”

নেতাগৰাকীয়ে আৰু লিখিছে, “বিনা সংগঠনেৰে নিৰ্বাচনত বিজয় সাব্যস্ত কৰা কঠিন। কাৰ্যকৰ্তাৰ প্রতি মৰম, আত্মীয়তা, সহযোগিতা তথা বিশ্বাসৰ অভাৱ হ’লেই নিৰ্দিষ্ট কিছুমান ব্যক্তিৰ ওপৰত নেতৃত্ব নিৰ্ভৰশীল হ’বলগীয়া হয়, যাৰ ফলত দল আৰু নেতৃত্বৰ মাজৰ ব্যৱধান বৃদ্ধি হয়। তেতিয়াই মধ্যভোগীৰ সুবিধা হয়, যিসকল লোক এই দৃষ্টিৰে পূৰ্বৰ পৰাই অভ্যস্ত। আমি বুজিব লাগিব এই লোকসকলৰ জাতীয় অথবা ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থহে মূখ্য গণতন্ত্ৰত একে দলৰ শাসন দীৰ্ঘদিন ধৰি চলিলে এই বিকৃতিবোৰ স্বাভাবিক প্ৰক্ৰিয়াৰে আহে।”

আৰএছএছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নহয় বহু সময়ত পুৰণি বিজেপি নেতাই হিমন্ত বিশ্ব শৰ্মা আৰু  তেওঁ চৰকাৰ অহংকাৰী হৈ উঠিছে বুলি মন্তব্য কৰি আহিছে। আনকি কিছুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নামোল্লেখ নকৰাকৈ ক্ষমতাত মত্ত হৈ অহংকাৰী হৈ উঠাটো উচিত নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

ইফালে দেওবাৰে এটা অনুষ্ঠানত অংশ লৈ যোগান বিভাগ্ৰ মন্ত্ৰী ৰঞ্জিত দাসে ক্ষোভ ব্যক্ত কৰি কৈছিল — “অহংকাৰ বেছি হৈছে। দুবাৰকৈ চৰকাৰত থকা বাবে একাংশৰ অহংকাৰ হৈছে। অহংকাৰ পৰিহাৰ কৰক।”

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাছতে আৰএছএছৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু বিজেপিৰ প্রাক্তন ৰাজ্যিক সভাপতিজনে এইদৰে নীতি শিক্ষা দিয়া কাৰ্যই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰাই নহয় হিমন্ত বিশ্ব শৰ্মাক অস্বস্তিটো পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd