• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী হিন্দু জাগৰণ মঞ্চৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 10, 2019 2:48 pm

2 min read

index

শনিবাৰে গুৱাহাটীত হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

522
VIEWS
Share on FacebookShare on Twitter

‘ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ ১০০ শতাংশ পুনৰীক্ষণ হ’ব লাগে।‘ এই দাবী হিন্দু জাগৰণ মঞ্চৰ।

গুৱাহাটী প্ৰেছ ক্লাৱত এন আৰ চিৰ সম্পৰ্কত আহ্বান কৰা এখন সংবাদমেলত হিন্দু জাগৰণ মঞ্চৰ প্ৰান্তীয় সভাপতি মৃণাল লস্কৰে এই দাবী উত্থাপন কৰে।

তেওঁ কয়, ‘’পাইলট প্ৰজেক্টৰ বিৰোধিতা কৰা আমছুৱে এতিয়া এন আৰ চিক স্বাগতম জনোৱাটোৱেই বুজাইছে যে এখন অশুদ্ধ এন আৰ চি প্ৰকাশ পাব।‘’

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয়, “প্ৰতীক হাজেলাক office of the court মৰ্যাদা দিয়া হৈছে। সম্পূৰ্ণ স্বৈৰাতান্ত্ৰিকভাৱে আৰু উচ্চতম ন্যায়ালয়ক ঢাল হিচাপে ব্যৱহাৰ কৰি অসমবাসীক সম্পূৰ্ণ আন্ধাৰত ৰাখি বাংলাদেশীক লাইচেন্স দিব ওলাইছে। জনসাধাৰণৰ দাবীক কোনো গুৰুত্ব দিয়া নাই হাজেলাই।”

‘’ভাৰতৰ মহাপঞ্জীয়ক যদিও নাগৰিকপঞ্জীৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ আৰু প্ৰভাৱপূৰ্ণ, কিন্তু প্ৰতীক হাজেলা আৰু উচ্চতম ন্যায়ালয়ে আৰ জি আইক সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে কিয়?’’-এই প্ৰশ্ন হিন্দু জাগৰণ মঞ্চৰ।

লস্কৰে লগতে প্ৰশ্ন কৰি কয়, ‘’কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত লাভ কৰা ১৪ শ কোটি টকাৰ আজি পৰ্যন্ত কেগৰ তত্ত্বাৱধানত হিচাপ দাখিল নহ’ল কিয়?’’

‘’অসমৰ ৰাইজৰ কাৰণে আই এম ডি টি লেখীয়া আইন নহওঁক তাৰে আশা কৰিছোঁ,’’- লস্কৰে কয়।

আনহাতে, ৩১ আগষ্টৰ পাছত এন আৰ চিৰ আসোঁৱাহৰ তথ্য লৈ মুখ্য তদাৰকী আয়ুক্ত (CVC) ৰ কাষ চাপিব বুলিও লস্কৰে সংবাদমেলত সদৰী কৰে।

Recent News

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd