• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্প বন্ধৰ দাবী তোলা লেখক-বুদ্ধিজীৱীক দেশদ্ৰোহী আখ্যা হিন্দু যুৱ ছাত্ৰৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 22, 2019 6:26 am
IMG-20190721-WA0079

দেওবাৰে নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসমৰ একাংশ লেখক,বুদ্ধিজীৱিয়ে ৰাজ্য খনত চলি থকা ডিটেনশ্যন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্র বিৰোধিতা কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে।

পৰিষদে এনে দাবীক দেশদ্ৰোহী তথা জাতিদ্ৰোহিতাৰ নামান্তৰ বুলি অভিহিত কৰাৰ লগতে সংশ্লিষ্ট লেখক বুদ্ধিজীৱী সকলোকে বিদেশীৰ পক্ষৰ পৰা আঁতৰি আহি স্বদেশ ,স্ব-জাতিৰ পক্ষত অৱস্থান গ্ৰহণ কৰিবলৈ সকীয়াই দিয়ে।

Apply Now

দেওবাৰে নলবাৰী দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক সংবাদমেলত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যই কয় যে, বাংলাদেশ, পাকিস্তান, চীন আৰু মুছলমানৰ দালাল স্বৰূপ যিসকল বামপন্থী বুদ্ধিজীৱীয়ে ডিটেনশ্যন কেম্পত আৱদ্ধ হৈ থকাৰ অধিকাৰৰ নামত চকুপানী টুকিছে, তেওঁলোকে কিন্তু বাংলাদেশী বা পূৰ্ববংগীয় মূলৰ মুছলমানৰ দ্বাৰা অসমত সংগঠিত হৈ থকা অমানৱীয় ঘটনা সমূহৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাঁওত অৱতীৰ্ণ হৈ আছে।

পূৰ্ববংগীয় মুছলমানৰ হাতত যে অসমৰ খিলঞ্জীয়া হিন্দু জনগণৰ ন্যূনতম মানৱ অধিকাৰ সমূহো লুণ্ঠিত হৈ আহিছে সেই বিষয়ে হীৰেণ গোঁহাই বা নিৰুপমা বৰগোহাঞিৰ নিচিনা লেখক বুদ্ধিজীৱী সকল সদায় নীৰৱ বুলি মন্তব্য কৰি বৈশ্যই কয় যে এইসকল জাতিদ্ৰোহী বুদ্ধিজীৱীয়ে আনকি অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত চলা অসম আন্দোলনৰ বিৰোধিতা কৰি ইতিমধ্যে নিজৰ স্বৰূপ স্পষ্ট কৰি থৈছে।

সংবাদমেল খনত পৰিষদৰ নেতাগৰাকীয়ে কয় যে, ডিটেনশ্যন কেম্প এক প্ৰশাসনিক ব্যৱস্থা। যি সকল অবৈধ বিদেশীক প্ৰশাসনে চিনাক্ত আৰু আটক কৰিবলৈ সক্ষম হয়, তেওঁলোকক ঘূৰাই পঠোৱাৰ কাম সম্পূৰ্ণ হৈ নুঠালৈকে ডিটেনশ্যন কেম্পত আৱদ্ধ কৰি ৰখা হয়। এই আৱদ্ধ কালৰ কোনো সীমা ৰখা সম্ভৱ নহয়। কিন্তু সেই বুলিয়ে মানৱতাৰ নামত তেওঁলোকক মুকলি কৰি দিলে সেয়া হ’ব দেশ আৰু সমাজৰ বাবে ভয়াবহ বিপদস্বৰূপ।

তেওঁ লগতে কয় যে, এই ক্ষেত্ৰত ব‍্যৱস্থাগত ভুলৰ বাবে কোনোবা স্বদেশীও কেতিয়াবা সাময়িকভাৱে ডিটেনশ্যন কেম্পত আৱদ্ধ হ’ব পাৰে। সেই সকল ব‍্যক্তিক উপযুক্ত ক্ষতিপূৰণৰ ব‍্যৱস্থা কৰা হওঁক আৰু ডিটেনশ্যন কেম্পত আৱদ্ধ প্ৰকৃত অবৈধ বিদেশী সকলৰ দ্বাৰাই শ্ৰম কৰাই কেম্পৰ খৰচ উলিওৱা হওঁক।

একেখন সংবাদমেলতে তেওঁ ডিটেনশ্যন কেম্পত কোনো হিন্দুক আবদ্ধ কৰা উচিত নহয় বুলিও মন্তব্য কৰে।

সংবাদমেলখনত কেন্দ্ৰীয় সভাপতি বলেই বৈশ‍্যৰ লগতে কেন্দ্রীয় বিত্তীয় সম্পাদক বিকাশ বৰদলৈ, উপ- সভাপতি দিবাকৰ দাস, নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ মজুমদাৰ , সম্পাদক ৰাকেশ দে আদিকে ধৰি কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd