• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

যেতিয়া গুলীচালনা সংঘটিত হয় তেতিয়া তাত উপস্থিত থকা অধিবক্তা আৰু অন্যান্য লোকৰ মাজত আতংক বিয়পি পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2026 7:47 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালত চৌহদতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। গুলীচালনাত এজন কুখ্যাত গেংষ্টাৰ নিহত হয়। এই ঘটনাত হাৰিয়ানাৰ হিছাৰ জিলা আদালতত আহত হয় আন এজন ব্যক্তি। ইয়াৰ ফলত অধিবক্তা আৰু আন লোকৰ মাজত আতংক বিয়পি পৰে। আৰক্ষীয়ে জনোৱা মতে, এই গুলীচালনাৰ সন্দেহযুক্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

বৃহস্পতিবাৰে হাৰিয়ানাৰ হিছাৰ আদালত চৌহদত দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হয় গেংষ্টাৰ বিনোদ পানু ওৰফে কানাক। বিনোদ হিছাৰৰ থুৰানা গাঁৱৰ বাসিন্দা। দুপৰীয়া প্ৰায় ২:৪৫ বজাত যেতিয়া গুলীচালনা সংঘটিত হয় তেতিয়া তাত উপস্থিত থকা অধিবক্তা আৰু অন্যান্য লোকৰ মাজত আতংক বিয়পি পৰে। গুলীচালনাৰ ঘটনাত আহত হয় আন এজন ব্যক্তি।

Apply Now

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পাৰ্কিং এলেকা আৰু আদালত চৌহদৰ মূল গেটৰ সমীপতে গুলীচালনা সংঘটিত হয়। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় পানুৰ। অৱশ্যে আহত ব্যক্তিজন সম্প্ৰতি বিপদমুক্ত বুলি কোৱা হৈছে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে আক্ৰমণকাৰীয়ে পানুৰ ওপৰত মুঠ ১৪ৰাউণ্ড গুলীচালনা কৰে।

জানিব পৰা মতে, গাড়ীৰে মূল গেটেৰে ক’ৰ্টত প্ৰৱেশ কৰি থকা অৱস্থাতে পানুক গুলীচালনা কৰা হয়। আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁ মূল গেটৰ ফালে দৌৰিবলৈ চেষ্টা কৰে। অৱশ্যে আক্ৰমণকাৰীয়ে তেওঁক খেদি যায়। আক্ৰমণকাৰীয়ে দ্ৰুত একেৰাহে কেইবা জাই গুলীচালনা কৰি পলায়ন কৰে।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। হিছাৰ আৰক্ষী বিষয়া সিদ্ধাৰ্থ জৈনে জনোৱা মতে, এই গুলীচালনাৰ সৈতে জড়িত এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ব্যক্তিজনৰ পৰা এটা আগ্নেয়াস্ত্ৰও উদ্ধাৰ কৰা হৈছে। বিষয়াসকলৰ মতে আদালত চৌহদত হোৱা গুলীচালনাত এইটোৱেই ব্যৱহাৰ কৰা হৈছিল। এই আক্ৰমণৰ কাৰণৰ তদন্ত চলি আছে।

বিষয়াসকলে জনোৱা মতে, আক্ৰমণৰ লগত জড়িত আন লোকৰ সন্ধানো চলি আছে। মন কৰিবলগীয়া যে ২০১৪ চনত হত্যাৰ গোচৰত পানুক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে হত্যাকে ধৰি কমেও ৩১টা গোচৰ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd