DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহাসিক নগৰৰ এটা ঐতিহাসিক ৰে’ল ষ্ট্যেশ্যন; ন্যুনতম সা-সুবিধাও নাই শিৱসাগৰ টাউন ৰে’ল ষ্ট্যেশ্যনত

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
March 12, 2022 8:12 pm
Sibsagar Railway station

ফটো: নৰ্থইষ্ট নাও।

174
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা এটা ষ্টেশ্যন হৈছে শিৱসাগৰ টাউন ৰে’ল ষ্টেশ্যন।ষ্টেশ্যনৰ প্লেটফৰ্মটো সৰু হোৱাৰ বাবে কি দৰে যাত্ৰীসকলে ৰে’লৰ ট্ৰেকৰ পৰা ৰে’লত উঠিব আৰু নামিবলগীয়া হয় সেই দৃশ্য দেখিলেই বুজিব পাৰি। এক বিপদসংকূলভাৱে যাত্ৰীসকলে ৰে’লত উঠা-নমা কৰি আহিছে।

শিৱসাগৰ ৰে’ল ষ্টেশ্যনৰ প্লেটফৰ্মটো ডাঙৰ কৰা, ষ্টেশ্যনৰ আন্তঃগাঁঠনি উন্নত কৰা, ৰাজধানীকে আদি কৰি সকলো ৰে’ল শিৱসাগৰ ষ্টেশ্যনত ৰখোৱা, ষ্টেশ্যনটো অটকধুনীয়াকৈ সজাই তোলা, ষ্টেশ্যনৰ বাহিৰে ভিতৰে নিৰাপত্তা প্ৰদান কৰা আদি দাবীসমূহ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে।

লগতে পঢ়ক: বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান

কিন্তু শিৱসাগৰবাসী ৰাইজৰ এই দাবীসমূহক কোনো গুৰুত্ব প্ৰদান নকৰে ৰে’ল কৰ্তৃপক্ষই। যাৰ বাবে দীৰ্ঘদিনে উপযুক্ত ৰে’ল সেৱাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে শিৱসাগৰবাসী।

ইপিনে, ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে ৰে’ল কৰ্তৃপক্ষৰ এনে অমনোযোগিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

লগতে পঢ়ক:মৰ্মান্তিক! মাতৃৰ নিথৰ দেহৰ কাষত চাৰি দিন কটালে ১০ বছৰীয়া সন্তানে

প্ৰশ্ন হয়, ১৯২৬ চনত স্থাপিত শিৱসাগৰ টাউন ষ্টেশ্যনৰ আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত কেতিয়া গুৰুত্ব দিব ৰে’ল কৰ্তৃপক্ষই? শিৱসাগৰ টাউন ষ্টেশ্যনত ৰে’ল বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ কেতিয়া চকু পৰিব? 

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd