DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এজেপিৰ হুকুম চান্দ বক্সী আৰু আপৰ মাছুমা বেগমে ৰচিলে নিজৰ দলৰ ভিতৰতে ইতিহাস

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 24, 2022 10:37 am
এজেপিৰ হুকুম চান্দ বক্সী আৰু আপৰ মাছুমা বেগমে ৰচিলে নিজৰ দলৰ ভিতৰতে ইতিহাস
310
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিয়েই শাসকীয় বিজেপিক শলঠেকত পেলাবলৈ সক্ষম হ’ল ১ নং ৱাৰ্ডৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী আৰু ৪২ নং ৱাৰ্ডৰ আপৰ প্ৰাৰ্থী মাছুমা বেগমে ।

দুয়োটা ৱাৰ্ডতে আপ আৰু এজেপিৰ প্ৰাৰ্থী দুগৰাকী বিপুল ভোটৰ ব্যৱধানত বিজয়ী হৈছে।

১ নং ৱাৰ্ডত বিজয়ী হৈ হুকুম চান্দ বক্সীয়ে এজেপিৰ ইতিহাসতো এক বিশেষ নজিৰ গঢ়িলে। বিগত বিধানসভা নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা এজেপিয়ে আজি দলটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত জিকিবলৈ সক্ষম হয়।

দৰাচলতে কংগ্ৰেছৰ পৰা টিকট নোপোৱাৰ পিছতে হুকুম চান্দ বক্সীয়ে অসম জাতীয় পৰিষদত যোগদান কৰি ১ নং ৱাৰ্ডত নিৰ্বাচনী যুঁজত নামিছিল। প্ৰায় ১০০০ ভোটৰ ব্যৱধানত জয় লাভ কৰা হুকুম চান্দ বক্সীয়ে কয় যে ৱাৰ্ডটোৰ সমস্যাসমূহ সমাধানৰ বাবে তেওঁ সকলো ধৰণে চেষ্টা চলাব।

কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে ভূপেন বৰাৰ দাম্ভিকতাৰ বাবেই দলটোৱে মূল্য ভৰিবলগীয়া হৈছে। আনহাতে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মাছুমা বেগমে ৪২ নং ৱাৰ্ডত বিজেপিৰ সকলো চেষ্টা বিফল কৰি বিজয়ী হয়।

এই বিজয়ত উৎফুল্লিত হৈ পৰা মাছুমা বেগমে কয় যে ৰাজ্যত এতিয়া আপৰ ঢৌ আহিছে।

পানীৰ সমস্যাকে ধৰি ষ্ট্ৰীট লাইট আৰু বাট-পথৰ সমস্যা সমাধানত গুৰুত্ব দিব বুলি মাছুমা বেগমে প্ৰকাশ কৰে। মাছুম বেগম আৰু হুকুম চান্দ বক্সীৰ নাম আপ আৰ এজেপিৰ ইতিহাসত ৰৈ যাব।

কাৰণ তেওঁলোকেই হৈছে ৰাজ্যত দল দুটাৰ হৈ বিজয়ী হোৱা প্ৰথম প্ৰাৰ্থী।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd