• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে হিন্দু নাবালিকা কন্যাক; মূল অভিযুক্তসহ সাতজনক গ্ৰেপ্তাৰ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
November 19, 2019 6:42 pm
হোজাই আৰক্ষীৰ জালত নাবালিকা অপহৰণত অভিযুক্ত লোককেইজন। ফটো: নৰ্থইষ্ট নাও

হোজাই আৰক্ষীৰ জালত নাবালিকা অপহৰণত অভিযুক্ত লোককেইজন। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অধীনৰ পৰা উদ্ধাৰ কৰি আনে। হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে মঙলবাৰে সন্ধিয়া এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ছোৱালীজনীক পাঁচদিন পূৰ্বে বৃহস্পতিবাৰে ফইজুল হক নামৰ এজন মুছলমান যুৱকে তেওঁ নিজকে হিন্দু যুৱক বুলি পৰিচয় দি হোজাইৰ যোগীজানৰ পৰা অপহৰণ কৰি নিছিল।

Apply Now

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁলোকে মুঠতে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে ফইজুল হক (অভিযুক্ত), তাইজুল হক (অভিযুক্তৰ খুড়ায়েক) আৰু অভিযুক্তৰ পিতৃ-মাতৃৰ লগতে অভিযুক্তক আশ্ৰয় দিয়া মহম্মদ ইমতিয়াজ আলী, মহম্মদ মফিজুদ্দিন (ইমতিয়াজ আলীৰ পুত্ৰ) আৰু মহম্মদ আহমেদ(জাৰিগাওঁৰ বাসিন্দা) নামৰ আন তিনিজনক লোক।

আৰক্ষী অধীক্ষক জৈনে কয় যে গ্ৰেপ্তাৰ কৰা সাতগৰাকী লোকক জেইললৈ প্ৰেৰণ কৰা হ’ব আৰু নাবালিকাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

তেওঁ লগতে জনায় যে ৪৮ ঘন্টা জোৰা অভিযানটো পৰিচালনা তথা নিৰীক্ষণ কৰিছিল সদৰ কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সদৰ কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক,ডবকাৰ চক্ৰ পৰিদৰ্শক আৰু হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।

‘’আমি এই গোটেই অভিযানটোত আমাক সহযোগিতা আগবঢ়ওৱাৰ বাবে মৰিগাঁওৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক শিবাশিস বৰা আৰু মায়ং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জনাইছো,’’-আৰক্ষী অধীক্ষক গৰাকীয়ে কয়।

আৰক্ষী অধীক্ষক জৈনে লগতে কয়, ‘’বহুতো সংগঠনে আতংক ময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল, আমাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল আৰু ছোৱালীজনীক উদ্ধাৰ কৰা তথা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ৪৮ঘন্টাৰ সময় বান্ধি দিছিল।‘’

‘’কিন্তু আমি ভগবান নহয় যে সকলোবোৰ ছেকেণ্ডৰ ভিতৰতে হৈ যাব, আমিও মানুহহে, আমি নিয়ম তথা তথ্যৰ ভিত্তিত আমাৰ কৰ্তব্য কৰো,’’-জৈনে লগতে কয়।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd