ত্ৰিপুৰাত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থকৰ মাজত মাৰপিট সংঘটিত
ত্ৰিপুৰাৰ ধৰ্মনগৰ ডিগ্ৰি কলেজত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থক সকলৰ মাজত আজি সংঘটিত এক মাৰপিটৰ ঘটনাত...
Read moreDetailsত্ৰিপুৰাৰ ধৰ্মনগৰ ডিগ্ৰি কলেজত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থক সকলৰ মাজত আজি সংঘটিত এক মাৰপিটৰ ঘটনাত...
Read moreDetailsআজি সন্ধিয়াৰ ভাগত মহানগৰীৰ হাতীগাওঁ অঞ্চলত অচিনাক্ত আততায়ীয়ে এজন স্থানীয় ব্যৱসায়ীক গুলীয়াই হত্যা কৰে। ব্যৱসায়ীজনৰ নাম হেমন্ত চৌৰচিয়া (৩৮) বুলি...
Read moreDetails‘উত্তৰ-পূবৰ বাবে নিতি ফ’ৰাম’ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজি এক জাননী জাৰি কৰিছে। নিতি আয়োগৰ উপাধ্যক্ষ এই ফ’ৰামৰ অধ্যক্ষ হ’ব...
Read moreDetailsবাৰে বাৰে বেংকৰ গ্ৰাহকৰ জমা ধন টাৰ্গেট হৈছে লুটপাতকাৰীৰ। যোৱা ২০ ফেব্ৰুৱাৰিৰ দিনা দৰঙৰ এটা হেকাৰ চক্ৰই দলগাওঁ এছ বি...
Read moreDetails"আমাৰ মাতৃভাষা জীয়াই থাকিব নে নাই সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব।'' এই গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰিছে ৰাজ্যখনৰ এজন ভাষাবিদ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd