চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ
‘ভোট চুৰি’ৰ প্ৰতিবাদৰ সময়ত দিল্লীত আৰক্ষীয়ে মহিলা সাংসদৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূলৰ সাংসদ সাগৰিকা ঘোষে। সোমবাৰে...
Read moreDetails‘ভোট চুৰি’ৰ প্ৰতিবাদৰ সময়ত দিল্লীত আৰক্ষীয়ে মহিলা সাংসদৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূলৰ সাংসদ সাগৰিকা ঘোষে। সোমবাৰে...
Read moreDetails‘ছিৰিয়েল কিলাৰ’ শব্দটোৰ অৰ্থ এতিয়া প্ৰায় সকলোৱে জানে। ইজনৰ পিছত সিজনক হত্যা কৰা যি হত্যাকাৰী। এনে চৰিত্ৰৰ কথা শুনিলেই ভয়ংকৰ...
Read moreDetailsপদত্যাগ কৰিছে কৰ্ণাটকৰ সমবায় মন্ত্ৰী কে এন ৰাজন্যই। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে যেতিয়া ভোটাৰ তালিকাৰ খেলিমেলিৰ বিষয়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ...
Read moreDetailsবিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে তথ্য, প্ৰমাণ দি নিৰ্বাচন আয়োগে কেনেকৈ বিজেপিৰহৈ ভোট চুৰি কৰিছে প্ৰমাণ কৰি দেখুৱালে। নিৰ্বাচন আয়োগে...
Read moreDetailsআন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞানীসকলে শেহতীয়াকৈ এটা মহাজাগতিক আশ্চৰ্য্য আৱিষ্কাৰ কৰিছে— সম্ভৱতঃ এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ। ইয়াৰ ভৰ আমাৰ সূৰ্য্যতকৈ প্ৰায়...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd