আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বীক বৰ্খাস্ত কৰিলে ট্ৰাম্পে; দায়িত্বত আনিলে অৱসৰপ্ৰাপ্ত বিষয়াক
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী চেয়াৰমেন অফ জইন্ট চীফ অফ ষ্টাফ জেনেৰেল চাৰ্লছ কিউ ব্ৰাউনক বৰ্খাস্ত কৰিছে।...
Read moreDetails











