সাম্ৰাজ্য বিস্তাৰৰ ভাৱনা! ট্ৰাম্পৰ মন্তব্যৰ পিছতে গ্ৰীণলেণ্ডত প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিলে ডেনমাৰ্কে
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ গ্ৰীণলেণ্ড দ্বীপ ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ট্ৰাম্পৰ এই বক্তব্যৰ পিছতে ডেনমাৰ্ক চৰকাৰে গ্ৰীণলেণ্ডৰ...
Read moreDetails











