দৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে
চকুৰ দৃষ্টিশক্তি ৰক্ষা কৰিবলৈ নাকেৰে আঁতৰাই দিয়া হ’ল মগজুৰ টিউমাৰ! দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ে এই অস্ত্ৰোপচাৰ কৰি দৃষ্টান্ত গঢ়ি তুলিছে।...
Read moreDetails











