দৰমহাত অসন্তুষ্ট! গাড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ অগ্নিবীৰ জোৱান
বুধবাৰে গাড়ী চুৰিৰ অভিযোগত আৰক্ষীৰ জালত পৰে এগৰাকী অগ্নিবীৰ জোৱান। গাড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অগ্নিবীৰ জোৱানজনৰ নাম ইছমিৎ সিং...
Read moreDetailsবুধবাৰে গাড়ী চুৰিৰ অভিযোগত আৰক্ষীৰ জালত পৰে এগৰাকী অগ্নিবীৰ জোৱান। গাড়ী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অগ্নিবীৰ জোৱানজনৰ নাম ইছমিৎ সিং...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ আন দুখন বিশ্ববিদ্যালয়তো নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে। ৰাজভৱনৰ বিশেষ বাচনি সমিতিৰ অনুমোদন সাপেক্ষে উপাচাৰ্যৰ নিযুক্তি...
Read moreDetailsদিল্লীৰ কোচিং চেণ্টাৰত ঘটিল এক কৰুণ দুৰ্ঘটনা। বেছমেণ্টৰ পানীত ডুবি মৃত্যু ঘটিল তিনিজনৰ। তিনিওজনেই তাত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ বাবে...
Read moreDetailsকংগ্ৰেছ সভানেত্ৰী তথা ৰাজ্যসভাৰ সদস্য ছোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত মোডী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ বিৰুদ্ধে...
Read moreDetailsমহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। গুৱাহাটীত ভূমি দখলৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইউকো বেংকৰ মেনেজাৰগৰাকীয়ে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd