নতুন প্ৰশিক্ষক নিযুক্তি পোৱাৰ দিনাই কাৰ্যকৰী কমিটীৰ পৰা পদত্যাগ বাইচুং ভূটিয়াৰ
এফ চি গোৱাৰ প্ৰশিক্ষক মানোলো মাৰ্কেছক ভাৰতীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। কিন্তু নিযুক্তিৰ কিছু ঘণ্টাৰ ভিতৰতে...
Read moreDetailsএফ চি গোৱাৰ প্ৰশিক্ষক মানোলো মাৰ্কেছক ভাৰতীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। কিন্তু নিযুক্তিৰ কিছু ঘণ্টাৰ ভিতৰতে...
Read moreDetailsশ্ৰেয়ংকা পাটিলৰ আঙুলি আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ২০২৪ চনৰ মহিলা এছিয়া কাপৰ বাকীসমূহ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব৷ ১৯ জুলাই শুকুৰবাৰে ৰঙাৰি...
Read moreDetailsআচৰিত যেন লাগিলেও এয়াই সত্য! এইবাৰ গৰুৰ গাত লাগি থকা জোক আঁতৰাই চৰ্চাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷নিজৰ সমষ্টিৰ এঘৰ...
Read moreDetailsবাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছত বাংলাদেশৰ পৰা বিভিন্ন চেক পোষ্টৰ জৰিয়তে প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ত্ৰিপুৰাত প্ৰৱেশ...
Read moreDetailsশিক্ষকে স্নেপচ্যাটৰ জৰিয়তে এগৰাকী ১৪ বছৰীয়া ছাত্ৰলৈ যৌন সম্পৰ্কীয় ফটো প্ৰেৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। আৰক্ষীয়ে জনোৱা মতে, উইলমিংটনৰ ছেইণ্ট...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd