২০১৫ চনৰ ধৰ্ষণ গোচৰত অপৰাধীক ২০ বছৰৰ কাৰাদণ্ডৰ বিহিলে ওদালগুৰি আদালতে
ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৫ চনত ৰৌতাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এজন লোকক বিশ বছৰৰ কঠোৰ কাৰাদণ্ডৰ...
Read moreDetailsওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৫ চনত ৰৌতাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এজন লোকক বিশ বছৰৰ কঠোৰ কাৰাদণ্ডৰ...
Read moreDetailsৰাহুল গান্ধীৰ লোকসভাৰ ভাষণক লৈ হুলস্থুল হৈছিল। লোকসভাত বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰিছিল যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই।...
Read moreDetailsঅসমে বিধ্বংসী বানৰ সৈতে যুঁজ অব্যাহত ৰখাৰ সময়ত ৰাজ্যখনৰ বৃহৎ নদীসমূহে বিপদ সীমা অতিক্ৰম কৰি বৈ আছে। ব্ৰহ্মপুত্ৰ, সুৱনশিৰি, বুঢ়াদিহিং,...
Read moreDetailsকাৰ্টনৰ পিছত কাৰ্টন মদৰ বটল, মানুহৰ দীঘলীয়া শাৰী। তীব্ৰ ভিৰ চম্ভালিছে আৰক্ষীয়ে। কৰ্ণাটকৰ বিজেপিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী কে সুধাকৰৰ...
Read moreDetailsআজি কেইদিনমান আগতে ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰথম পৃষ্ঠাত এটা খবৰ ওলাইছিল। মাজুলীলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল-‘মাজুলী সুৰক্ষাৰ সকলো ব্যৱস্থা ল’ব চৰকাৰে।’...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd