• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ধুবুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2024 9:00 am
ৰাজ্যৰ শেহতীয়া বান। ফটোঃ নৰ্থইষ্ট নাও।

ৰাজ্যৰ শেহতীয়া বান। ফটোঃ নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমে বিধ্বংসী বানৰ সৈতে যুঁজ অব্যাহত ৰখাৰ সময়ত ৰাজ্যখনৰ বৃহৎ নদীসমূহে বিপদ সীমা অতিক্ৰম কৰি বৈ আছে।

ব্ৰহ্মপুত্ৰ, সুৱনশিৰি, বুঢ়াদিহিং, দিখৌ, দিছাং, কপিলী, সোণকোষ, বৰাক, আৰু কুছিয়াৰা নদীৰ পাৰ ভাঙি ২৭খন জিলাৰ প্ৰায় ১৮.৮ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছে।

বিগত ২৪ ঘন্টাত পানীৰ স্তৰ কিছু হ্ৰাস পোৱাৰ বিপৰীতে পৰিস্থিতি সংকটজনক হৈয়ে আছে।

Apply Now

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নতুনকৈ ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাৰ পিছত বানত মুঠ মৃত্যুৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পালে। বানত মৃত্যুৰ বলি হোৱাৰ ভিতৰত দুই নাবালকো আছে।

লগতে পঢ়কঃ আৰক্ষীৰ উপস্থিতিতে বিজয় উদযাপনত বিলালে সুৰাৰ বটল! বিজেপি কৰ্মীৰ কাণ্ডত তোলপাৰ এই ৰাজ্য

ধুবুৰী জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, ৪ লাখ ৭০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। কাছাৰ, বৰপেটা, গোলাঘাট, আৰু দক্ষিণ শালমাৰা জিলাও ভয়াৱহ বানৰ সন্মুখীন হৈছে।

ৰাজ্যৰ ৩১৫০ খনতকৈও অধিক গাঁও আৰু প্ৰায় ৫০ হাজাৰ হেক্টৰ কৃষিভূমি ডুব গৈছে।

প্ৰায় ৫০ হাজাৰ লোকে সাহায্য শিবিৰত আশ্ৰয় বিচাৰিছে, আনহাতে আৰু লাখ লাখ লোকে সাহায্যৰ বাবে বিতৰণ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও প্ৰায় ১৫ লাখ পশুধন আৰু হাঁহ-কুকুৰা বানত ক্ষতিগ্ৰস্ত হৈছে।

উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) নাৱেৰে মানুহ আৰু জীৱ-জন্তুবোৰ উলিয়াই আনিছে।

কিন্তু পথ বন্ধ হৈ পৰি, দলং ভাঙি, মথাউৰি ভঙাকে ধৰি আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে।

লগতে পঢ়কঃ ৭ বছৰত দেশৰ আধা সংখ্যক ৰাজ্যত অসংগঠিত খণ্ডত লাখ লাখ লোকে হেৰুৱাইছে জীৱিকা; অসমত হেৰুৱালে ৪ লাখ ৯৪হাজাৰজনে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো ৰক্ষা কৰিব পৰা হোৱা নাই কিয়নো ৭০টা বনাঞ্চলিক শিবিৰ বানত ডুব যোৱাৰ ফলত উদ্যানৰ কৰ্মচাৰীসকল স্থানচ্যুত হৈছে আৰু গঁড়, হৰিণ, বান্দৰকে ধৰি ১৩০টাতকৈও অধিক জীৱ-জন্তুৰ মৃত্যু হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমান বৰষুণ অব্যাহত থকাৰ ভৱিষ্যদ্বাণী কৰি অধিক বানৰ উদ্বেগ বৃ্দ্ধি কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd