গুজৰাটত অস্বস্তিত মোদী!ৰাজপুত-ক্ষত্ৰিয়ৰ আন্দোলনত ৯টা সমষ্টিত বলিছে প্ৰতিষ্ঠানবিৰোধী ঢৌ
গুজৰাটত ৰাজপুত-ক্ষত্ৰিয় প্ৰতিবাদত অস্বস্তিত পৰিছে নৰেন্দ্ৰ মোদী আৰু বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজকোট লোকসভাৰ প্ৰাৰ্থী পুৰুষোত্তম ৰূপালাই ক্ষত্ৰিয়-ৰাজপুত সম্প্ৰদায়ৰ বিৰুদ্ধে...
Read moreDetails











