Latest Post

লাভ কৰিলে তিনিটাকৈ গ্ৰেমী বঁটা; অনুষ্ঠানৰ পৰাই আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ গ’ল সংগীতশিল্পীক!

দেওবাৰে নিশা লছ এঞ্জেলছত অনুষ্ঠিত হয় ৬৬ সংখ্যক গ্ৰেমী বঁটাৰ অনুষ্ঠান। কেই মুহূৰ্তৰ ভিতৰতে সফলতাৰ তিনিটা নতুন কৃতী সংযোজন হ’ল।...

Read moreDetails

আকৌ চাপ বাঢ়িল ৰোহিতৰ! এইবাৰ দুৰ্দান্ত শতকেৰে ফৰ্মলৈ ঘূৰি অহা শুভমন গীলৰ আঘাত

ভাৰতীয় শিবিৰত আঘাতৰ আৰু এক অবাঞ্চিত ঘটনা। ইতিমধ্যে ইজনৰ পিছত সিজন ভাৰতীয় তাৰকা আহত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট...

Read moreDetails

পাকিস্তানৰ থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০ জন আৰক্ষী; আহত ৬ জন

পাকিস্তানৰ এখন থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ১০ জন আৰক্ষীৰ লোক নিহত আৰু ৬ জন আহত হৈছে। দেশখনৰ উত্তৰ-পশ্চিম খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ...

Read moreDetails

আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন; উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক

কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্মুখত ৰাখি আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। বিত্তমন্ত্ৰী অজন্তা নেওগে অহা ১২ ফেব্ৰুৱাৰীত ২০২৪-২৫...

Read moreDetails

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত দুই বনকৰ্মী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বৰাকোটা বন শিবিৰৰ ভিতৰত গঁড়ৰ আক্ৰমণত কমেও দুজন বনকৰ্মী আহত হয়। দেওবাৰে শিবিৰৰ...

Read moreDetails
Page 3745 of 15231 1 … 3,744 3,745 3,746 … 15,231

Recommended

Most Popular