অসমৰ ১৪ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ; ১১শতাংশৰ অভিযোগ গুৰুতৰ
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক বিশ্লেষণ অনুসৰি ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ১৪ শতাংশই তেওঁলোকৰ বিৰুদ্ধে...
Read moreDetails











