• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধাৰ পঞ্জীয়ন কেন্দ্ৰত বিশেষভাৱে সক্ষম লোক, বৃদ্ধ, মহিলা, গৰ্ভৱতী মহিলা আৰু শিশুক অগ্ৰাধিকাৰ দিবলৈ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2018 12:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অক্তোবৰৰ প্ৰথম সপ্তাহৰ পৰা সমগ্ৰ অসমতে আধাৰ পঞ্জীয়নৰ কাম আৰম্ভ হ’ব। ৰাজ্যৰ ৩৩ জিলাত আৰম্ভ হ’ব লগীয়া এই প্ৰক্ৰিয়াটো কামৰূপ মহানগৰ জিলাতো একে সময়তে আৰম্ভ হ’ব।

এই উপলক্ষে ২৫ ছেপ্তেম্বৰত গুৱাহাটী আৱৰ্ত ভৱনত অনুষ্ঠিত এখন সভাত উপায়ুক্তজনে আধাৰৰ কামৰ লগত জড়িত বিষয়াসকলক কিছুমান দিহা-পৰামৰ্শ দিয়ে।

Apply Now

তেওঁ আধাৰ পঞ্জীয়ন কেন্দ্ৰত বিশেষভাৱে সক্ষম লোক, বৃদ্ধ, মহিলা, গৰ্ভৱতী মহিলা আৰু শিশুক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি আধাৰ পঞ্জীয়ন কেন্দ্ৰবোৰত অনবৰতে বিদ্যুৎ যোগান, খোৱাপানী, শৌচালয় আৰু চকী-মেজ আদিৰ ব্যৱস্থা থকাটো নিশ্চিত কৰিবলৈ সকলোকে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাখনত মুঠ ২২টা গাঁও পঞ্চায়তৰ অধীনত ২২টা আধাৰ পঞ্জীয়ন কেন্দ্ৰ আৰু মহানগৰত ২০টা আধাৰ পঞ্জীয়ন কেন্দ্ৰ থাকিব। এই কেন্দ্ৰবোৰ পুৱা ৯-৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব।

এই প্ৰক্ৰিয়াটোত যাতে কোনো বিশৃংখলাৰ সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় উপায়ুক্তজনে।

উপায়ুক্তজনে কয় যে এই পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া। তেওঁ লগতে কয় নাগৰিকসকলে নিজৰ আধাৰ পঞ্জীয়নৰ বাবে পৰিচয় আৰু বাসস্থানৰ প্ৰমাণ হিচাপে পাৰপত্ৰ, পান কাৰ্ড, চালকৰ অনুজ্ঞা-পত্ৰ, বিদ্যুৎ বিল, টেলিফ’ন বিল, বেংকৰ পাছবুক, তহচিলদাৰৰ প্ৰমাণ-পত্ৰ, বীমা পলিচি, মিউনিচিপালটিৰ ৰচিদ, জন্মৰ প্ৰমাণ-পত্ৰ আদিৰ মূল প্ৰমাণ-পত্ৰ লগত লৈ আহিব লাগিব।

উল্লেখযোগ্য যে দেশৰ প্ৰায়বোৰ ৰাজ্যতে ইতিপূৰ্বে আধাৰ পঞ্জীয়নৰ কাম সম্পূৰ্ণ হৈ উঠিছে। জম্মু আৰু কাশ্মীৰ, অসম, মেঘালয়কে ধৰি কেইখনমান ৰাজ্যত এই কাম বাদ পৰি আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd