জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ: ৮ জুনৰ পৰা ফাষ্টট্ৰেক আদালতত আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া
অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটো এক নতুন পৰ্যায় পাইছেহি। অহা ৮ জুনৰ পৰা এই সমগ্ৰ ঘটনাৰ...
Read moreDetailsঅসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটো এক নতুন পৰ্যায় পাইছেহি। অহা ৮ জুনৰ পৰা এই সমগ্ৰ ঘটনাৰ...
Read moreDetailsপশ্চিম এছিয়াৰ সংঘাত আৰু ক্ৰমৱৰ্ধমান আমদানি ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰিবলৈ প্ৰায় ১২...
Read moreDetailsবুধবাৰে দিল্লীৰ অভিজাত এলেকা মালৱীয় নগৰৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ১০ জন লোকৰ মৃত্যু হয়। বিষয়াসকলে...
Read moreDetailsআমদানী কৰা সামগ্ৰীত বলপূৰ্বক শ্ৰম ব্যৱহাৰ কৰাৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত আৰু চীনকে ধৰি বিশ্বৰ ৬০ খন দেশৰ ওপৰত নতুন...
Read moreDetailsমঙলবাৰে নিশা বিহাৰৰ পাটনাস্থিত দেশৰ জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ পাঠদান কেন্দ্ৰত এদল দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলাই ব্যাপক ক্ষতিসাধন কৰে। নিশা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd