কোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? নতুন মুখৰ পক্ষত অশোক গেহলট
ৰাজস্থানৰ মুখ্যমন্ত্ৰীকলৈ চৰ্চা চলি থকাৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী অশোক গেহলটে এক বিশেষ মন্তব্য কৰি কয় যে নতুন প্ৰজন্মই ৰাজ্য খনৰ...
Read moreDetailsৰাজস্থানৰ মুখ্যমন্ত্ৰীকলৈ চৰ্চা চলি থকাৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী অশোক গেহলটে এক বিশেষ মন্তব্য কৰি কয় যে নতুন প্ৰজন্মই ৰাজ্য খনৰ...
Read moreDetailsপঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নান কৰাৰ ছবি ভাইৰেল হোৱাকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে তামিলনাডুৰ মাদুৰাইতো অনুৰূপ ঘটনা ঘটাৰ খবৰ আহিছে।...
Read moreDetailsসমগ্ৰ ৰাজ্যতে সোপাধৰাক লৈ সৃষ্টি হোৱা আতংকৰ মাজতে আজি পুৱা টীয়কৰ উমাবাৰী চাহ বাগিচাৰ খেৰনী অঞ্চলত টীয়কৰ কাকজান মৰিয়াগাঁৱৰ কেইবাজনো...
Read moreDetailsআজি পুৱা অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ এখন চিকিৎসালয়ত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লয় দুই...
Read moreDetailsবাংগালুৰুস্থিত বায়ু সেনাৰ মহাবিদ্যালয় চৌহদত এগৰাকী ২৭ বৰ্ষীয় কেডেট প্ৰশিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বাংগালুৰুৰ জালাহাল্লিত থকা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd